ড্ৰাগছৰ বেহাৰ লগত জড়িত দুই ভাতৃ মহানগৰ আৰক্ষীৰ জালত
গুৱাহাটী : দুই ভাতৃ, দুয়ো জড়িত ড্ৰাগছৰ বেহাৰ লগত। দীর্ঘদিন ধৰি দুই ভাতৃয়ে মহানগৰীত চলাই আছিল ড্ৰাগছৰ বেহা। অৱশেষত ড্ৰাগছৰ বেহাৰ লগত জড়িত দুই ভাতৃ পৰিল মহানগৰ আৰক্ষীৰ জালত। গড়চুক আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাৰ ভাগত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে দুই ভাতৃক। ৰাজ্যজুৰি …