নিশা গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত নিহত এজন

গুৱাহাটী : নিশা গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত নিহত এজন। নিশা এক ভয়ংকৰ পথ দুর্ঘটনাত গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত নিহত এজন লোক। ঘটনাস্থলীত বহু পলমকৈ আৰক্ষী আৰু এম্বুলেন্সক উপস্থিত হোৱাৰ অভিযোগ। বিহুৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ …

কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে ৰিপুন বৰাই

গুৱাহাটী : কংগ্ৰেছৰ বাবে আন এক বেয়া খবৰ। কংগ্ৰেছ দল ত্যাগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গৰাকীয়ে যোগদান কৰিলে তৃণমূল কংগ্ৰেছত। ৰাজ্যসভা নিৰ্বাচনত পৰাজয় হোৱাৰ পিছতে কংগ্ৰেছ দলৰ …

মুকালমুৱাত ফৰটুনাৰ গাড়ীৰ খুন্দাত দুজন বাইক আৰোহী আহত

আজিজ আলী মুকালমুৱা : মুকালমুৱাত পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত দুজন লোক আহত হৈছে। তীব্ৰ বেগী ফৰটুনাৰ গাড়ীয়ে খুন্দাত মাৰে এখন বাইকত। ফৰটুনাৰ গাড়ীৰ খুন্দাত বাইক আৰোহী দুজন আহত হৈছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ শনিৰোডত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত …

মেঘালয়ত যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অভিযান

যোৰাবাট : পুনৰ যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ অভিযান। এইবাৰ মেঘালয়ত চলিল যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ অভিযান। মেঘালয়ত অভিযান চলাই যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে উদ্ধাৰ কৰিলে এখন চুৰিৰ বাহন। কিছুদিন পুর্বে যোৰাবাট …

মানকাচৰত চিলিণ্ডাৰ বিস্ফোৰণ হৈ বিধ্বংসী অগ্নিকাণ্ড

মানকাচৰ : মানকাচৰৰ শান্তিপুৰত বিধ্বংসী অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড।তিনিতকৈ কোঠা সম্পূৰ্ণ ভস্মীভূত। এই বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় কেইবা লক্ষাধিক টকাৰ সম্পত্তি। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তবৰ্তী শান্তিপুৰত দেওবাৰে সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ …

হুঁচৰি দলৰ বাহন দুর্ঘটনাগ্ৰস্ত : থিতাতে নিহত ৫ জন

গহপুৰ : বিহুৰ আনন্দৰ মাজতে এক ভয়ংকৰ পথ দুর্ঘটনা। দুর্ঘটনাগ্ৰস্ত হৈছে হুঁচৰি দলৰ এখন বাহন। থিতাতে নিহত ৫ জনকৈ লোক। আহত কেইবাজনো লোক। আহত সকলকৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক। বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে নিশা গহপুৰৰ টকৌবাৰীৰ ৰঙাজানত সংঘটিত হৈছে …

যোৰাবাট আৰক্ষী চকীৰ আৰক্ষী বিষয়া কপিল পাঠকৰ বৃহৎ সাফল্য

ছয়গাঁও : যোৰাবাট আৰক্ষী চকীৰ আৰক্ষী বিষয়া কপিল পাঠকৰ বৃহৎ সাফল্য। এক ড্ৰাগছ বিৰোধী অভিযান চলাই যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে লাভ কৰে এই বৃহৎ সাফল্য। প্ৰায় দুই কোটি টকা মূল্যৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ মাফিয়াক জালত পেলায় …

মণিৰাম দেৱান ট্ৰেড চেন্টাৰত আৰম্ভ ইভিএম কমিছ’নিং

গুৱাহাটী : গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ বাবে ইতিমধ্যে চূড়ান্ত পৰ্যায়ত সাজু হৈ উঠিছে কামৰূপ মহানগৰ নিৰ্বাচন জিলা কৰ্তৃপক্ষ। শনিবাৰে মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ভোট গ্ৰহণত ব্যৱহৃত হ’বলগীয়া ইভিএম সমূহৰ কমিছ’নিং কৰা হয়। …

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি : প্ৰাণ হেৰুৱালে পপী বৰাই

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। ডিঙি ৰেপি হত্যা দুটি সন্তানৰ মাতৃক। প্ৰথমে কাজিয়াৰ সূত্ৰপাত তাৰ পিছত নৃশংস হত্যা। ২৪ ঘন্টাৰ ভিতৰতে বিশ্বনাথ আৰক্ষীয়ে লাভ কৰিলে সাফল্য। বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকৰী প্ৰেমিকক। পৰকীয়া প্ৰেমৰ এক ভয়ংকৰ …

অৱশেষত অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিলে মাৰোৱাৰী যুৱ মঞ্চই

গুৱাহাটী : অৱশেষত অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিলে মাৰোৱাৰী যুৱ মঞ্চই। বহু কাৰ্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা অন্তৰভুক্ত কৰিছিল মাৰোৱাৰী যুৱ মঞ্চই। ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। মাৰোৱাৰী যুৱ মঞ্চৰ বিহু কাৰ্যসূচীকলৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মাৰোৱাৰী …