নগদ ৩ লাখ টকাসহ মুঠ ৭ লাখ টকাৰ সম্পত্তি ভস্মীভূত
জোনমণি বেমগম বিশ্বনাথ : বিশ্বনাথত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত নগদ ৩ লাখ টকাসহ মুঠ ৭ লাখ টকাৰ সম্পত্তি ভস্মীভূত হয়। ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। সোমবাৰে পুৱাৰ ভাগতে বিশ্বনাথ জিলাৰ জিনজিয়াত …