নতুন মটৰ চাইকেল কিনি ঘৰলৈ গৈ থকা অৱস্থাত দুর্ঘটনা
আজিজ আলী নলবাৰী : নলবাৰীত ভয়ংকৰ পথ দুর্ঘটনা। নতুন মটৰ চাইকেল কিনি ঘৰলৈ গৈ থকা অৱস্থাত দুর্ঘটনা। থিতাতে নিহত এগৰাকী মহিলা, গুৰুত্বৰভাৱে আহত এজন যুৱক। আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। মঙলবাৰে নিশাৰ ভাগত নলবাৰীত এক ভয়ংকৰ পথ দুর্ঘটনা …