বৰক্ষেত্ৰীৰ চৰাঞ্চলত বানপানীৰ লগতে গৰাখহনীয়াৰ তাণ্ডৱ
আজিজ আলী মুকালমুৱা : বৰক্ষেত্ৰীৰ চৰাঞ্চলত বানপানীৰ লগতে গৰাখহনীয়াৰ তাণ্ডৱ। এফালে বাঢ়নী পানীত জলমগ্ন বিস্তীৰ্ণ অঞ্চল, আনফালে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰক্ষেত্ৰীৰ চৰাঞ্চলত। বহু চৰকাৰী প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই। বানপানীৰ মাজতে গৰাখনকীয়াৰ ভয়াবহ ৰূপ …