গুনোৎসৱৰ প্ৰস্তুতিৰ মাজতে গৰাখহনীয়াৰ কবলত এখন বিদ্যালয়
দক্ষিণ শালমাৰা : তৃতীয় পৰ্যায়ৰ গুনোৎসৱৰ প্ৰস্তুতিৰ মাজত দক্ষিণ শালমাৰাৰ চতলাৰপাৰ প্ৰাথমিক বিদ্যালয় পৰিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত। গুনোৎসৱৰ পূৰ্বে বিদ্যালয়খন সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাৰ আশংকা। অনিশ্চিয়তাত বিদ্যালয়খনৰ গুনোৎসৱ। ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মাটিফাটা আৰু চতলাৰপাৰ …