ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীত ডুব গ’ল ১৫ খনকৈ নাও
ফকিৰগঞ্জ : ফকিৰগঞ্জত ধুমুহা-বৰষুণৰ তাণ্ডৱ। ফকিৰগঞ্জত ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বান্ধি থোৱা ১৫ খনকৈ নাও ধুমুহা-বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীত ডুব যায়। দেওবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমত ধুমুহা-বৰষুণে তাণ্ডৱলীলা চলায়। বিশেষকৈ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত …