বেকী নদীৰ ভয়াবহ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ৰাজ্যিক ঘাইপথৰ প্ৰতি
কলগাছিয়া : অভয়াপুৰী-জনীয়া-বৰপেটা হৈ আমিনগাঁও সংযোগী বিকল্প ৰাজ্যিক ঘাইপথৰ প্ৰতি বেকী নদীৰ প্ৰবল গৰাখহনীয়াই সৃষ্টি কৰিছে তীব্র ভাবুকিৰ। ঠায়ে ঠায়ে বেকী নদীয়ে খহাই নিছে ৰাজ্যিক ঘাইপথ। ৰাজ্যিক ঘাইপথেৰে গধুৰ বাহনৰ চলাচল বন্ধ কৰি দিলে প্ৰশাসনে। কলগাছিয়া ৰাজহ চক্ৰৰ মাজেৰে বৈ …