বৰকোনা কালী ধামত ৯ গৰাকী কুমাৰীৰ পূজা
মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৪২ খন পূজা মণ্ডপত উলহ-মালহেৰে মহানৱমীৰ পূজা সম্পন্ন। অসম-মেঘালয় সীমান্তৰ বৰকোনা কালী ধামত সম্পন্ন হ’ল কুমাৰী পূজা। সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো পূজাকলৈ দেখিবলৈ পোৱা গৈছে উখল-মাখল পৰিৱেশ। বৃহস্পতিবাৰে মহানৱমীৰ পূজা উপলক্ষে দক্ষিণ শালমাৰা-মানকাচৰ …