শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব নেকি কালাৰ চৰৰ ছাত্ৰ-ছাত্ৰী সকল
আজিজ আলী মুকালমুৱা : শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ ভয় কালাৰ চৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ। শিক্ষা লাভ কৰিব নোৱাৰাৰ আশংকাত ভুগিছে কালা চৰৰ বৃহৎ সংখ্যা ছাত্ৰ-ছাত্ৰী। একাংশ অদুৰদৰ্শী লোকৰ বাবে চাৰি দশক পুৰণি শিক্ষানুষ্ঠানৰ অস্তিত্ব সংকটত। বিদ্যালয়খনৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহাত …