ঘাঁহ কাটিবলৈ গৈ পুখুৰীত পৰি এজনৰ মৃত্যু
আজিজ আলী মুকালমুৱা : মুকালমুৱাত সংঘটিত হৈছে এক শোকবাহ ঘটনা। মুকালমুৱাত পুখুৰীত পৰি এজন লোক মৃত্যুৰ মুখত পৰে। ঘাঁহ কৰিবলৈ গৈ লোকজন পুখুৰীত পৰে। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত দাৰঙীপাৰাত পুখুৰীত পৰি এজনৰ লোক মৃত্যুৰ মুখত পৰা ঘটনাই অঞ্চলটোত শোকৰ …