ছবিগৃহ সমূহ পুনৰ মুকলি কৰাৰ অনুমতি নতুন এছঅ’পি’ত

গুৱাহাটী : পুনৰ মুকলি হ’ব ৰাজ্যৰ ছবিগৃহ সমূহ। ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ ছবিগৃহ সমূহ পুনৰ মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। অৱশ্যে ক’ভিড সম্পর্কীয় নীতি-নিৰ্দেশনাৰ মানিহে ছবিগৃহ সমূহ মুকলি হ’ব। ৰাজ্য চৰকাৰে জাৰি …

মেঘালয়ৰ পাহাৰত গণপ্ৰহাৰত অসমৰ গৰু চোৰৰ মৃত্যু

দক্ষিণ শালমাৰা : মেঘালয়ৰ পাহাৰত গণপ্ৰহাৰত অসমৰ গৰু চোৰৰ মৃত্যু। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ বেটাশিং আৰক্ষী চকীৰ অন্তৰ্গত আদুগ্ৰী গাঁৱত শুকুৰবাৰে পুৱতি নিশা এজন অসমৰ গৰু চোৰক স্থানীয় ৰাইজে তিনিটা গৰুসহ আটক কৰি গণপ্ৰহাৰ কৰাত চোৰজন …

এম্বুলেন্স গাড়ীয়ে মহতিয়াই নিলে দুই ছাত্ৰ-ছাত্ৰীক

আজিজ আলী মুকালমুৱা : এক ভয়ংকৰ পথ দুর্ঘটনা। এম্বুলেন্স গাড়ীয়ে মহতিয়াই নিলে দুই ছাত্ৰ-ছাত্ৰীক। টিউচনত পৰা ঘৰলৈ ঘূৰি যাওঁতে তীব্ৰবেগী এম্বুলেন্স গাড়ী এখনে মহতিয়াই নিয়ে দুয়ো ছাত্ৰ-ছাত্ৰীক। দুৰ্ঘটনাত আহত ছাত্ৰজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নলবাৰী জিলাৰ অন্তৰ্গত …

শ্বেৰমান আলী আহমেদক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰাৰ দাবী

গুৱাহাটী : বাঘবৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰাৰ দাবী। সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে কংগ্ৰেছ দলে অতি শীঘ্ৰে শ্বেৰমান আলী আহমেদক দলৰ পৰা বহিষ্কাৰ নকৰিলে ৰাজীৱ ভাৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত …

এইবাৰ বিধায়কৰ বিৰুদ্ধে ভূমি বেদখল কৰাৰ অভিযোগ

মোজাক্কিৰ আলম ৰূপহীহাট : এইবাৰ বিধায়কৰ বিৰুদ্ধে ভূমি বেদখল কৰাৰ অভিযোগ। বিধায়কে ভূমি বেদখল কৰাৰ অভিযোগত উত্তাল প্ৰতিবাদ। বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বেদখল কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি বিধায়কৰ পুত্তলিকা দাহ। নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে …

মহানগৰী গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

গুৱাহাটী : মহানগৰী গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। গড়চুক আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীখিনি। মেঘালয়ৰ পৰা আনিছিল বিস্ফোৰক সামগ্ৰীখিনি। মহানগৰীৰ ৰাণী অভিমুখে বিস্ফোৰক সামগ্ৰীখিনি নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰে। মহানগৰী গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে এক বৃহৎ সাফল্য …

নাওঁ খেল চাই উভতি যোৱাৰ পথত দুর্ঘটনা

আজিজ আলী মুকালমুৱা : মুকালমুৱাত পথ দুর্ঘটনা। টেম্পো ভেনৰ সৈতে চাইকেলৰ মুখামুখি সংঘৰ্ষ। টেম্পো ভেনখনত আছিল ২০ জনকৈ যাত্ৰী। নাওঁ খেল চাই উভতি যোৱাৰ পথত দুর্ঘটনাত পতিত হয় টেম্পো ভেনখন। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত কাৱৈমাৰিত সংঘটিত হৈছে এক পথ …

১ অক্টোবৰৰ পৰা বিশ্বনাথত পুনৰ চলিব ইলেকট্ৰিক বাছ

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথবাসীৰ বাবে ভাল খবৰ। ১ অক্টোবৰৰ পৰা বিশ্বনাথত পুনৰ চলিব ইলেকট্ৰিক বাছ। ষ্টেচনৰ আন্তঃগাথঁনিৰ পুনৰ নিৰ্মাণ কৰি ইলেক্ট্রিক বাছ দুখন পুনৰ চলাচল কৰাৰ কথা বৃহস্পতিবাৰে জানিবলৈ দিয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ই। ৰাজহুৱা ধন …

বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

গুৱাহাটী : দৰং জিলাৰ গৰুখুটীতৰ উচ্ছেদৰ বিৰুদ্ধে মন্তব্য দিবলৈ গৈ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে ঐতিহাসিক অসম আন্দোলন আৰু ইয়াৰ শ্বহীদ সকলক উদ্দেশ্যি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে নিজকে সংখ্যালঘু …

মবাইলৰ গেমৰ বাবে পুনৰ সংঘটিত হৈছে ভয়ংকৰ অঘটন

আজিজ আলী মুকালমুৱা : মবাইলৰ গেমৰ বাবে পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। নলবাৰীৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। মবাইলত গেম খেলিব নিদিয়াৰ বাবেই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ চৰম সিদ্ধান্ত। মবাইলৰ গেমৰ বাবে বিভিন্ন সময়ত বিভিন্ন অঘটন সংঘটিত হোৱা দেখিবলৈ …