ট্ৰাক আৰু ডাম্পাৰৰ মুখামুখি সংঘর্ষত থিতাতে নিহত এজন
জামুগুৰিহাট : পুৱতি নিশা জামুগুৰিহাটত ভয়ংকৰ পথ দুর্ঘটনা। ট্ৰাক আৰু ডাম্পাৰৰ মুখামুখি সংঘর্ষৰ ফলত থিতাতে নিহত এজন লোক। অহাত হৈছে দুজনকৈ লোক। অহাত দুজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ। দেওবাৰে পুৱতি নিশা জামুগুৰিহাটৰ কুসুমটোলাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। …