কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ অন্তৰ্গত দেবিতোলা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
মামুন আলী কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ অন্তৰ্গত দেবিতোলা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ডেৰ ঘণ্টা পিছত ঘটনাস্থলীত উপস্থিত হোৱাত ক্ষোভিত হৈ উঠে ৰাইজ।বজাৰখনৰ ৯ খনকৈ দোকান ভস্মীভূত। প্ৰায় ৭০ লাখ টকাৰ সম্পত্তি জুইত …