ভাৰত-বাংলাদেশ সীমান্তত পুনৰ বিএছএফে জব্দ কৰিলে ১৬ টাকৈ পশুধন

মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত পুনৰ বিএছএফে জব্দ কৰিলে ১৬ টাকৈ পশুধন। কলগছৰ ভূৰত বান্ধি নদী পথেৰে পশুধন কেইটা বাংলাদেশলৈ সৰবৰাহ কৰি থকা অৱস্থাত নদীৰ মাজৰ পৰা বিএছএফে জব্দ কৰে পশুধন কেইটা। বিএছএফক দেখি পলায়ন কৰে পশুধন সৰবৰাহকাৰী। ব্ৰহ্মপুত্ৰ নদীত পানী …

পানী যোগান আঁচনিৰ টেংকীত উদ্ধাৰ শিশুৰ মৃতদেহ : উত্তপ্ত পৰিস্থিতি

জুৰীয়া : পানী যোগান আঁচনিৰ টেংকীত উদ্ধাৰ শিশুৰ মৃতদেহ। নিৰ্মাণ কাৰ্য চলি থকা টেংকীত শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হয় উত্তেজনাৰ। টেংকী নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিকক আৱদ্ধ স্থানীয় ৰাইজৰ। আৰক্ষীৰ উপস্থিত যদিও পৰিস্থিতি উত্তপ্ত হৈ আছে। মঙলবাৰে নগাঁও জিলাৰ …

ভাৰত-বাংলাদেশ সীমান্তৰ পূৱেৰ গাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী

মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ পূৱেৰ গাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। সোমবাৰে পুৱতি নিশা আৰক্ষী আৰু বিএছএফে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে। ৰাজ্যজুৰি অব্যাহত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছমুক্ত অসমৰ লক্ষ্য …

কুখ্যাত চোৰ নেকিবৰ ৰহমানৰ ভৰিত লাগিল কামৰূপ আৰক্ষীৰ গুলী

আমিনগাঁও : কামৰূপ জিলাৰ পলাশবাৰীত গুলী চালনা। গুলী লাগিল কুখ্যাত চোৰ নেকিবৰ ৰহমানৰ ভৰিত। কামৰূপ আৰক্ষীৰ গুলী চালনাত গুলীবিদ্ধ হয় চুৰিৰ লগতে বিভিন্ন অপৰাধৰ লগত জড়িত নেকিবৰ ৰহমান। আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলাইছিল কুখ্যাত চোৰ নেকিবৰ ৰহমান। গুৱাহাটী চিকিৎসা …

পোষণ মাহত নাজিৰা মহকুমাত সম্পাদন কৰিবলগীয়া কাৰ্য সন্দৰ্ভত আলোচনা

ভাস্কৰজ্যোতি মহন্ত নাজিৰা : সোমবাৰে নাজিৰা মহকুমাত ৰাষ্ট্ৰীয় পোষণ মাহ আৰু প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা সপ্তাহ উদযাপন কৰাৰ উদ্দেশ্যে মাহ জুৰি চলিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ সম্বন্ধে আলোচনা কৰিবলৈ নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু বিভিন্ন চৰকাৰী বিভাগৰ সহযোগত নাজিৰা মহকুমাৰ মহকুমাধিপতি …

নামঘৰ, মঠ-মন্দিৰত চাকি জ্বলাই পুলকেশ দাসৰ আশু আৰোগ্য কামনা

আজিজ আলী মুকালমুৱা : বৰক্ষেত্ৰীৰ ঘোৰাথালৰ চৌদিশে জ্বলিছে বন্তি৷ নামঘৰ, মঠ-মন্দিৰত চাকি জ্বলাই পুলকেশ দাসৰ আশু আৰোগ্য কামনা৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘোৰাথাল গাঁৱৰ এগৰাকী উদ্যমী তথা সমাজপ্ৰিয় যুৱকৰ আশু আৰোগ্য কামনা কৰি গাঁওবাসীয়ে গাঁওখনৰ চৌদিশে জ্বলাইছে বন্তি৷ …

ভাৰত-বাংলাদেশ সীমান্তৰ চৰ কানাইমাৰাত এজন কৃষকৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড

দক্ষিণ শালমাৰা : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ চৰ কানাইমাৰাত এজন কৃষকৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কেইবাটাও হাঁহ-কুকুৰাসহ এটা গৰুৰ মৃত্যু, আহত দুটাকৈ গৰু। অগ্নিকাণ্ডৰ ফলত চাৰি লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি। নিশাৰ ভাগত গৰুক ধোঁৱা দিয়া …

বিশ্বনাথত ১০৫ গৰাকী ছাত্ৰ নেতাৰ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথত জাতীয়তাবাদী শিবিৰত মূখ্যম আঘাত। এসময়ত “কা” আন্দোলনৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়া জাতীয়তাবাদী ছাত্ৰ নেতাই দেওবাৰে পৰিধান কৰিলে গেৰুৱা বসন। বিজেপিৰ বিশ্বনাথ নগৰ মণ্ডল আৰু বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ উদ্যোগত বিশ্বনাথ নগৰৰ ধৰ্মশালাত অনুষ্ঠিত কৰা হয় …

শিৱসাগৰত ট্ৰাক চালকক বৰ্বৰ আক্ৰমণ পাঁচজনীয়া ডকাইতৰ দলৰ

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হজৰিকা শিৱসাগৰ : শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ চুইফট ডিজাইয়াৰত অহা ৫ জনীয়া ডকাইতৰ দলৰ ট্ৰাক চালকক বৰ্বৰ আক্ৰমণ৷ চোকা অস্ত্ৰৰ আক্ৰমণত আহত ট্ৰাক চালক৷ চুইফট সহ গৌৰৱ গগৈ নামৰ এজন ডকাইতক আটক৷ …

নাজিৰাত শিক্ষক দিৱস উপলক্ষে গুৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত

ভাস্কৰজ্যোতি মহন্ত নাজিৰা : প্ৰতি বছৰৰ দৰে এই বছৰো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ তৰফৰ পৰা শিক্ষক দিৱসৰ লগত সংগতি ৰাখি নাজিৰাত গুৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত। নাজিৰাৰ জ্যেষ্ঠ শিক্ষাবিদ বীৰেন শৰ্মা আৰু যদু দত্তক ঘৰত গৈ গুৰু সম্বৰ্ধনা …