শেষ বাৰৰ বাবে দক্ষিণ শালমাৰাৰ এখন বিশেষ মছজিদত ৰাইজৰ নামাজ

ধুবুৰী : দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। এটা মাহৰ ভিতৰত ৫৭৭ টা পৰিয়ালৰ মাটি-ভেটি জাহ গৈছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত। ভাবুকি আহি পৰিছে কেইবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি। ব্ৰহ্মপুত্ৰ নদী কাষ চপা মছজিদৰ সামগ্ৰী স্থানান্তৰ কৰি শেষ বাৰৰ বাবে মছজিদত নামাজ …

প্ৰতিষেধক নোলোৱা ব্যক্তি বঞ্চিত হ’ব চৰকাৰী সা-সুবিধাৰ পৰা

আমিনগাঁও : ‘‘উপযুক্ত ব্যক্তিয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰিলে ভৱিষ্যতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব৷ গতিকে নিৰ্বাচনী কাঠামোৰ আধাৰত তথ্য সংগ্ৰহেৰে জিলাখনৰ সকলো উপযুক্ত লোককে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰক আৰু ছেপ্টেম্বৰ মাহতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক৷’’ কামৰূপ জিলাত ক’ভিড প্ৰতিষেধক প্ৰদানৰ …

ইতিহাসক বিকৃত কৰি কোনে কৰিছে  যাদু সম্ৰাট এম হুছেইনক অপমান

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ : অসমৰ কলা জগতত মুখ্যম আঘাত। তিনিচুকীয়া আৰু গুৱাহাটীৰ একাংশ মেজিছিয়ানে যাদু জগতৰ ইতিহাসক বিকৃত কৰাৰ গুৰুত্বৰ অভিযোগ। অসমৰ সংবাদ মাধ্যমে যি গৰাকী যাদু সম্ৰাটৰ মৃত্যুৰ বাতৰি কৰোঁতে ‘অসমৰ কলা জগতৰ এটি নক্ষত্ৰ খহি …

ভাং খেতিৰ বাতৰি কৰি উভতি অহা সাংবাদিকৰ দলক ঘেৰাও

কলগাছিয়া : ভাং খেতিৰ বাতৰি কৰি উভতি অহা সাংবাদিকৰ দলক ঘেৰাও। দেৱানী আৰু অধিবক্তাৰ নেতৃত্বত ঘেৰাও ভাং খেতিৰ বাতৰি কৰিবলৈ যোৱা সাংবাদিকৰ দলক। ভাং খেতি কৰা বুলি সাংবাদিকক কোনে তথ্য দিলে বুলি প্ৰশ্ন দেৱানী আৰু অধিবক্তাৰ নেতৃত্বত সাংবাদিকক ঘৰেও কৰা …

ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰৰ বিজেপিত যোগদান

গুৱাহাটী : ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰৰ বিজেপিত যোগদান। বিজেপিত যোগদানৰ পুর্বে পুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে ফণীধৰ তালুকদাৰে। মঙলবাৰে এআইইউডিএফৰ পৰা পদত্যাগ কৰিছিল ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক গৰাকীয়ে। এআইইউডিএফ সাম্প্ৰদায়িক নহয় যদিও দলটোত ৯৮ শতাংশ এক বিশেষ …

ৰাজ্যৰ শিক্ষানুষ্ঠানত পাঠদান পুনৰ আৰম্ভৰ লগতে অন্তঃজিলা যাতায়ত মুকলি

গুৱাহাটী : ৰাজ্যৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাত ৰাজ্য চৰকাৰে ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা শিথিল কৰিছে। বৃহস্পতিবাৰে চৰকাৰে ঘোষণা কৰা নতুন এছ অ’ পিত শিক্ষানুষ্ঠানত পাঠদান পুনৰ আৰম্ভ কৰাৰ লগতে ১০০ শতাংশ যাত্ৰীৰে আন্তঃজিলা আৰু অন্তঃজিলা যাতায়ত পুনৰ মুকলি কৰিছে। অৱশ্যে নতুন …

কাজিৰঙাৰ বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ ১০ দিনীয়া গঁড়ৰ পোৱালি

কাজিৰঙা : কাজিৰঙাৰ বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ ১০ দিনীয়া গঁড়ৰ পোৱালি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মীয়ে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে ১০ দিনীয়া গঁড়ৰ পোৱালিটোক। ভাদ মহীয়া বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি …

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত দুকুৰিতকৈও অধিক গাঁও প্লাবিত

আজিজ আলী মুকালমুৱা : ৰাজ্যজুৰি ভাদ মহীয়া বানৰ তাণ্ডৱ। উজনি নামনিৰ ২১ খনকৈ জিলা বানৰ কবলত পৰিছে। এই ২১ খন জিলাৰ তিনি লক্ষাধিক লোক বান পানীৰ ফলত প্ৰভাৱিত হৈছে। নামনি অসমৰ নলবাৰী, বৰপেটা, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল …

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত বহু শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ কৰাটো অসম্ভৱ

মানকাচৰ : ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত অহা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ পাঠদান আৰম্ভ কৰা হ’ব। ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণলৈ অহাৰ পিছত ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠান সমূহ পুনৰ মুকলি কৰি পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। …

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৫৩ টা বন শিবিৰ ডুব গৈছে বাঢ়নী পানীত

কাজিৰঙা : ভাদ মহীয়া বানে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ ২১ খনকৈ জিলা বানৰ কবলত, তিনি লক্ষাধিক লোক ককবকাইছে বাঢ়নী পানীৰ মাজত। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ ভয়াবহ হৈ উঠিছে। ইতিমধ্যে বানৰ পানীত ঘৰ দুৱাৰ ডুব যোৱা …