আৰক্ষীৰ জালত পৰিলে কুখ্যাত ডকাইত বগাৰ লগতে টেকেলী

গুৱাহাটী : আৰক্ষীৰ জালত পৰিল কুখ্যাত ডকাইত বগা ওৰফে আনোৱাৰ হুছেইন। ডকাইত বগাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল টেকেলীক। বিজয়নগৰৰ অসম ষ্টৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী পৱন আগৰৱালক আক্ৰমণ কৰি দিন দুপৰতে বগাই লুটি নিছিল ধন। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ …

মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ : মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰ নগৰৰ মাজমজিয়াত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু যোগান …

হলৌ বান্দৰৰ সংৰক্ষণ সন্দৰ্ভত বিশেষ আলোচনাচক্ৰ

গুৱাহাটী : সমগ্ৰ বিশ্বতে ২০ টা প্ৰজাতিৰ হলৌ বান্দৰ পোৱা যায়। তাৰে এটা প্ৰজাতিৰ হলৌ বান্দৰহে উত্তৰ পূৰ্বাঞ্চলত পোৱা যায়। হলৌ বান্দৰৰ সংৰক্ষণ বাবে কেন’পী ব্যৱহাৰ কৰিব লাগে, এই মন্তব্য কটন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড° নাৰায়ণ শৰ্মাৰ। অসমৰ বিপদাপন্ন আৰু আপুৰুগীয়া …

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

আজিজ আলী নলবাৰী : ৰাজ্যত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে নিখিল ভাৰত কৃষক সভাই৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ মুকালমুৱাতো নিখিল ভাৰত কৃষক সভাৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে প্ৰৱল …

মুকালমুৱা ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

আজিজ আলী মুকালমুৱা : মুকালমুৱা ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। বিদ্যালয়খনৰ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ কৰি দিয়াৰ অভিযোগত প্ৰতিবাদ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হৈছে। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল …

টকিঅ’ অলিম্পিকত দেওবাৰে ইতিহাস ৰচিলে পি ভি সিন্ধুৱে

নিউজ ডেস্ক : টকিঅ’ অলিম্পিকত দেওবাৰে ইতিহাস ৰচিলে ভাৰতৰ ষ্টাৰ মহিলা শ্বাটলাৰ পি ভি সিন্ধুৱে। অলিম্পিকত ব্যক্তিগত শাখাত দুটাকৈ পদক অৰ্জন কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ হোৱাৰ গৌৰৱ অর্জন কৰিলে পি ভি সিন্ধুৱে। দেওবাৰে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন …

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিপিনী উপেক্ষিত হোৱাৰ বাবে চৰকৰলৈ প্ৰশ্ন ড° মনোজ কুমাৰ মহন্তৰ

আজিজ আলী নলবাৰী : প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তৰ বৰক্ষেত্ৰী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ সৈতে মত বিনিময়। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিপিনী উপেক্ষিত হোৱাৰ বাবে চৰকৰলৈ প্ৰশ্ন প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীৰ। মুকালমুৱাত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কোচিং চেণ্টাৰৰ পৰিকল্পনা অধ্যক্ষ …

নিজৰ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই গৃহৰক্ষী জোৱানৰ আত্মহত্যা

অমিত বনিকৰ সহযোগত যতীন নাথ তেজপুৰ : তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে অঘটন৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা গৃহৰক্ষী জোৱানে নিজৰ থ্ৰী নট থ্ৰী ছাৰ্ভিচ ৰাইফলৰে গুলীয়াই আত্মহত্যা কৰে৷ মৃত গৃহৰক্ষী জোৱানজনৰ পৰিয়ালৰ দাবী, এইটো …

শিৱসাগৰ ছুইমিং ছ’চাইটিৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ : শিৱসাগৰ পুৰণা আমোলাপট্টি গোহাঁই চুকত অৱস্থিত শিৱসাগৰ ছুইমিং ছ’চাইটিৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। লকডাউনৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা ছুইমিং পুলত প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰশিক্ষাৰ্থীসকলে সামান্য অনুশীলন কৰে। …

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিজোৰামৰ গোচৰ ৰুজু

গুৱাহাটী : এতিয়াও উত্তপ্ত হৈ আছে অসম-মিজোৰাম সীমান্ত। দুই ৰাজ্যৰ মাজত থকা দীর্ঘদিনীয়া সীমা বিবাদ যোৱা সোমবাৰে হিংসাত্মক ৰূপ ধাৰণ কৰে। মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত গুলী চলনা কৰি অসম আৰক্ষীৰ ৬ জনকৈ আৰক্ষী জোৱানক হত্যা কৰে। …