ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া : ঘৰ স্থানান্তৰ কৰিবলৈ বাধ্য বহু পৰিয়াল

দক্ষিণ শালমাৰা ১৪ জুলাই দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি দক্ষিণ শালমাৰাৰ বহু অঞ্চলত প্ৰতিদিনে প্ৰায় ৩০ টাতকৈ অধিক পৰিয়াল গৃহহীন হৈছে। বাৰিষাৰ পূৰ্বে দক্ষিণ শালমাৰা গৰাখহনীয়া প্ৰভাৱিত অঞ্চলৰ নৈপৰীয়া লোকৰ …

মানকাচৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ

মানকাচৰ  ১৩ জুলাই দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰু সুখচৰত আৰক্ষীয়ে সোমবাৰে নিশা পৃথকে পৃথকে দুটা অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ তিনিজনক লোকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ দুইটাকৈ অঞ্চলত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। …

সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৩ জুলাই শিৱসাগৰত এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ। পাঁচজনকৈ সাংবাদিকক আৰক্ষী বিষয়া গৰাকীয়ে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ। আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদৰ হুংকাৰ শিৱসাগৰ জিলা …

মুকালমুৱা আৰক্ষীৰ অভিযানত তিনি দুধর্ষ বাইক চোৰ গ্ৰেপ্তাৰ

আজিজ আলী নলবাৰী ১২ জুলাই মুকালমুৱা : মুকালমুৱা আৰক্ষীৰ বাইক চোৰৰ বিৰুদ্ধে অভিযান। অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনি দুধর্ষ বাইক চোৰক। অভিযানৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুখন চুৰিৰ বাইক। নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে বাইক চোৰৰ বিৰুদ্ধে অভিযান চলাই এক বৃহৎ সাফল্য …

তামুলপুৰৰ এটা চৰকাৰী পানী যোগান আঁচনি ভূত বাংলাত পৰিণত

তামুলপুৰ ১২ জুলাই বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ নাৰায়ণপুৰৰ এটা পানী যোগান আঁচনিৰ চৌহদত দিন দুপৰতে মানুহ আহিবলৈ ভয় কৰে। পানী যোগান আঁচনিটো দেখিলে এইয়া কোনো ঘন অৰণ্যৰ মাজত থকা এটা ভূত বাংলাহে যেন অনুভৱ হয়। এই জৰাজীৰ্ণ পানী …

মুখ্যমন্ত্রীয়ে ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিখনৰ শুভ উদ্বোধন কৰিলে

গুৱাহাটী ১১ জুলাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়ােজিত এক অনুষ্ঠানত ক’ভিডত স্বামীহাৰা মহিলাৰ সামাজিক আৰু আর্থিক নিৰাপত্তা প্রদানৰ বাবে মুখ্যমন্ত্রী ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিখনৰ শুভ উদ্বোধন কৰে। এই আঁচনিৰ অধীনত যিসকল মহিলাৰ স্বামী ক’ভিড-১৯ত আক্ৰান্ত …

মুকালমুৱাত নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী

আজিজ আলী নলবাৰী ১১ জুলাই মুকালমুৱাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। নিচাজাতীয় ঔষধসহ গ্ৰেপ্তাৰ এখন ড্ৰাগছ সৰবৰাহকাৰী৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ হোৱাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীজনৰ কবলৰ পৰা উদ্ধাৰ অৰ্ধলক্ষাধিক টকা৷ ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। …

আৰক্ষীৰ গুলী নিহত হ’ল নগাঁৱৰ কুখ্যাত অপৰাধী জয়নাল আবেদিন

ধিং ১১ জুলাই দেওবাৰে পুৱতি নিশা নগাঁৱত আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত নিহত হ’ল নগাঁৱৰ কুখ্যাত অপৰাধী জয়নাল আবেদিন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যোৱাত পলায়ন কৰাৰ চেষ্টা চলাইছিল কুখ্যাত অপৰাধী জয়নাল আবেদিন। বহু অপৰাধৰ লগত জড়িত আছিল জয়নাল আবেদিন। নগাঁও জিলাৰ …

ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডে বিতৰণ কৰিলে ক’ভিড সুৰক্ষা কিট

গুৱাহাটী ১১ জুলাই ভাৰতৰ আগশাৰীৰ চিমেণ্ট কোম্পানী আৰু ডালমিয়া ভাৰত লিমিটেডৰ অধীনস্থ ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডে, দেশজুৰি আক্ৰমণ কৰা ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌৰ প্ৰতি নজৰ ৰাখি, উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যজুৰি থকা কোম্পানীৰ অংশদাৰীসকলৰ মাজত ৩০০০ ক’ভিড সুৰক্ষা কিট বিতৰণ কৰে। ক’ভিড …

দুদিনৰ ভিতৰতে অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ

তেজপুৰ ১০ জুলাই শনিবাৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা সভাত মিলিত হয়। জিলখন ক’ভিড সংক্ৰমণৰ কেন্দ্ৰলৈ পৰিণত হোৱাত জিলাখনৰ অবৈধ সুৰাৰ ঘাটি সমূহ …