বিশ্বনাথৰ নিলপুৰ চাহ বাগিচাক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা বিশ্বনাথ জিলা প্ৰশাসনৰ

জোনমণি বেগম বিশ্বনাথ ৬ মে’ দেশত কভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰি প্ৰতিদিনে লক্ষাধিক লোকক আক্রান্ত কৰি আছে। আক্রান্তৰ সমান্তৰালে প্ৰতিদিনে মৃত্যুৰ মুখত পৰি আছে কেইবাহাজাৰ কভিড ৰোগী। দিল্লীৰ লগতে মহাৰাষ্ট্ৰ আৰু উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ লগতে অসমত ব্যাপক হাৰত …

বিজেপিৰ অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক, জিলা আৰু মাণ্ডল সমিতি ভংগ কৰিলে সভাপতিয়ে

গুৱাহাটী ৫ মে’ অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে বিজেপিৰ অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক, জিলা আৰু মাণ্ডল সমিতি ভংগ কৰিলে বিজেপিয়ে। বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ভংগ কৰিলে অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ সকলো সমিতি। যোৱা ২ মে’ত ঘোষণা …

যোৰাবাটত কেঁকো সাপসহ জালত পৰিল দুই সৰবৰাহকাৰী

যোৰাবাট ৪ মে’ যোৰাবাটত কেঁকো সাপসহ জালত পৰিল দুই সৰবৰাহকাৰী। আৰক্ষীৰ অভিযানত চাৰিটাকৈ কেঁকো সাপসহ জালত পৰে দুই সৰবৰাহকাৰী। এক গোপন খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষীয়ে চলাইছিল অভিযান। যোৰাবাটৰ পৰা খানাপাৰা লৈ কেঁকো সাপ কেইটা নিয়াৰ পথত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী …

অসম বিধানসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোটৰ বিজয়ৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণাৱালৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন

গুৱাহাটী ৩ মে’ পুনৰ এবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ দলসমূহৰ প্ৰাৰ্থীসকলক অকুণ্ঠ সমর্থনেৰে বিপুল ভােটত জয়যুক্ত কৰি ৰাজ্যৰ শাসনভাৰ অর্পণ কৰাৰ বাবে জাতি-ধর্ম-ভাষা বর্ণ নির্বিশেষে বৰাক-ব্ৰহ্মপুত্র-পাহাৰ-ভৈয়ামৰ প্ৰতিগৰাকী নাগৰিককে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। বিগত সময়ছােৱাত …

বকোত পুনৰ নন্দিতা দাসৰ বৃহৎ জয়লাভ

ফাজলুৰ ৰহমান বকো ২ মে’ বকো সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ জয় লাভ৷ বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিলে কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী নন্দিতা দাসে৷ ৪৮ নং বকো বিধানসভা সমষ্টিৰ কংগ্ৰেছ, অগপ আৰু তৃণমূল কংগ্ৰেছৰ মাজত হোৱা প্ৰতিদ্বন্দিতাত শেষ হাঁহি …

অজন্তা নেওগ পুনৰ বিজয় হ’ল গোলাঘাটত

গোলাঘাট  ২ মে’ অজন্তা নেওগ পুনৰ বিজয় হ’ল গোলাঘাটৰ পৰা। নিজৰ দুৰ্গ ৰক্ষা কৰিবলৈ সক্ষম হ’ল অজন্তা নেওগ। কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱা অজন্তা নেওগক নিৰাশ নকৰিলে সমষ্টিবাসী ৰাইজ। কংগ্ৰেছৰ প্ৰাৰ্থী বিতোপন শইকীয়াই কিছু সমস্যাত পেলাইছিল যদিও শেষ হাঁহি মাৰিলে …

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোট গণনা

মানকাচৰ  ২ মে’ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোট গণনা। জিলাখনৰ দুই সমষ্টিত মহাজোঁটৰ দুই প্ৰাৰ্থীৰ জয় প্ৰায় নিশ্চিত। পুৱা ৮ বজাৰ পৰা সমষ্টি দুটাত ভোট গণনা আৰম্ভ হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে পুৱাৰে পৰা দক্ষিণ শালমাৰা …

জাল নোটসহ আটক বাংলাদেশী নাগৰিক

মানকাচৰ ১ মে’ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত জাল নোটসহ এজন বাংলাদেশী নাগৰিক আটক। বাংলাদেশৰ পৰা ভাৰতলৈ জাল নোটখিনি সৰবৰাহৰ চেষ্টা চলাই থকা সময়ত বিএছএফৰ হাতত আটক হয় জাল নোট সৰবৰাহকাৰী বাংলাদেশী নাগৰিকজন। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ গুদলিগাঁও …

কবিডত আক্রান্ত হৈ এজনৰ পিছত আনজন শিল্পীৰ অকাল বিয়োগ

গুৱাহাটী  ১ মে’ কভিডত আক্রান্ত হৈ ৰাজ্যত এজনৰ পিছত আনজন শিল্পীৰ অকাল বিয়োগ। জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাস আৰু বিজয়ালক্ষ্মী দাসৰ পিছত অসমে হেৰুৱালে অন্য এগৰাকী প্ৰতিভাবান যুৱ কণ্ঠশিল্পীক। বিগত বছৰ বিহু মঞ্চত সংগীত পৰিবেশন কৰি ৰাইজৰ মৰমৰ বুটলিবলৈ সক্ষম হোৱা …

ধুবুৰীত সকলো শিক্ষা অনুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশনা

ধুবুৰী ৩০ এপ্ৰিল ধুবুৰীত সকলো শিক্ষা অনুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশনা। ধুবুৰীৰ জিলা উপায়ুক্তই জিলাখনৰ শিক্ষা অনুষ্ঠান সমূহ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। জিলাখন শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। অহা ১৫ দিনলৈ ধুবুৰীত বন্ধ থাকিব …