বিশ্বনাথ আৰু বিহালীৰ বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
জোনমণি বেগম বিশ্বনাথ ৮ মার্চ সোমবাৰৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আৰম্ভণি হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী যুঁজৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল আৰম্ভ কৰিছে। মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোত প্ৰাৰ্থীত্ব …