বিশ্বজীৎ দৈমাৰীৰ পাঁচ শতাধিক সমৰ্থকৰ বিজেপিত যোগদান

যতীন নাথ মাজবাট  ২৭ নৱেম্বৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত পাঁচ শতাধিক বিপিএফ কৰ্মী বিজেপি দলত যোগদান। বিশ্বজীৎ দৈমাৰীৰ পাঁচ শতাধিক সমৰ্থকে যোগদান কৰিলে বিজেপিত। বিটিচিৰ অন্তৰ্গত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত শুকুৰবাৰে সদ্য পদত্যাগী বিপিএফ দলৰ কাৰ্যকৰী সভাপতি বিশ্বজীৎ …

নলবাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

আজিজ আলী নলবাৰী ২৭ নৱেম্বৰ নলবাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবডী‌ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলিৰ। নলবাৰী জিলা সাহিত্য সভাও অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। অসমৰ …

সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে বিশ্বনাথৰ স্নেহাংকৰ চক্ৰৱৰ্তীৰ অভিনৱ প্ৰয়াস

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৭ নৱেম্বৰ সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে বিশ্বনাথৰ স্নেহাংকৰ চক্ৰৱৰ্তীৰ অভিনৱ প্ৰয়াস। চাইকেলেৰে ব্ৰক্ষ্মপুত্ৰৰ উত্তৰপাৰ হৈ আহি দক্ষিণ পাৰত উপস্থিত স্নেহাংকৰ চক্ৰৱৰ্তী। ঐতিহাসিক শিৱসাগৰৰ শিৱদলত সেৱা জনাই মধ্য অসম অভিমুখে যাত্ৰা স্নেহাংকৰ চক্ৰৱৰ্তীৰ। শিৱসাগৰৰ …

চামগুৰিৰ ধাননি পথাৰত বনৰীয়া হাতী

নৱজ্যোতি বৰুৱে ২৭ নৱেম্বৰ চামগুৰিৰ ধাননি পথাৰত বনৰীয়া হাতী। কৃষকে ধান চপোৱাৰ পূৰ্বে পকা ধানৰ ওপৰত পৰিছে বনৰীয়া হাতীৰ দৃষ্টি। বিঘাই বিঘাই পথাৰৰ ধান খাই বনৰীয়া হাতীয়ে চলাই আছে তাণ্ডৱ। বনৰীয়া হাতীৰ উপদ্ৰৱত কেঁচাতে ধান কাটিবলৈ বাধ্য কৃষক। বন বিভাগৰ …

নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া

গুৱাহাটী ২৬ নৱেম্বৰ নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। পঞ্চভূতত বিলীন হ’ল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰদেহ। কলাক্ষেত্ৰৰ পৰা আৰম্ভ হোৱা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অন্তিম যাত্ৰাত হাজাৰ হাজাৰ লোকৰ শ্ৰদ্ধাঞ্জলি। বৃহস্পতিবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্নন …

ডিব্ৰুগড়ৰ লেপেতকটা ভয়াবহ পথ দুৰ্ঘটনা : থিতাতে নিহত পাঁচ জনকৈ বৰযাত্ৰী

ডিব্ৰুগড় ২৬ নৱেম্বৰ ডিব্ৰুগড় জিলাৰ লেপেতকটা ভয়াবহ পথ দুৰ্ঘটনা। ধেমাজি পৰা কন্যা লৈ আহোতে সংঘটিত হয় পথ দুৰ্ঘটনা। থিতাতে নিহত হয় পাঁচ জনকৈ বৰযাত্ৰী। ধেমাজি জিলাৰ চিচি বৰগাঁৱৰ ধুনাগুৰি কলিতাগাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ লেপেতকটাৰ ভগামুৰ লৈ কন্যা লৈ আহি থকা …

বিপিএফ দলত যোগদান অৰ্ধশতাধিক লোকৰ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২৫ নৱেম্বৰ বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ছেৰফাংগুৰীত বিপিএফ দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।সভাত অৰ্ধশতাধিক লোকে যোগদান কৰিলে বিপিএফ দলত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক তীব্ৰ আক্ৰমণ বিপিএফ নেতা সকলৰ। অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী …

এআইডিচিৰ উপাধ্যক্ষ, বিজেপি নেতা জিতু তালুকদাৰৰ পৰা আমাক ৰক্ষা কৰক, নহ’লে চৰকাৰে আমাক গুলিয়াই মাৰক

আজিজুল হক বৰপেটা  ২৫ নৱেম্বৰ বিজেপি নেতা, মন্ত্ৰী, বিধায়কসকলে সৰ্বত্ৰ মুখত আওৰাই থকা সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতিৰ শ্ল’গানৰ বিপৰীতে ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ বিজেপি নেতাই দুখীয়া, সৰ্বসাধাৰণ লোকক দাবী ঢমকিৰে ধন ঘটাত জৰিত হৈ পৰাৰ অভিযোগ উত্থাপিত …

বাল্য বিবাহ, মদ, ভাং, জুৱা আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে আমছুৰ সজাগতা সভা

মুস্তাক আহমেদ জুৰীয়া ২৫ নৱেম্বৰ বাল্য বিবাহ, মদ, ভাং, জুৱা আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে আমছুৰ সজাগতা সভা। আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত হাতীপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা। নগাঁও জিলাৰ ৰূপহীহাটত আমছুৰ সজাগতা সভা। বাল্য …

টকা আৰু নাৰীৰ বাবে ইটা ভাটাৰ শ্ৰমিকক লো’ৰ শিকলিৰে বান্ধি নিৰ্যাতন

ফজলুৰ ৰহমান সোণতলী ২৫ নৱেম্বৰ সোণতলীত সমঘটিত হৈছে এক চাঞ্চল্যকৰ নিৰ্যাতনৰ ঘটনা। দৰিদ্ৰ শ্ৰমিকক ওপৰত ওৰে নিশা চলিল তালিবানী শাস্তি। টকা আৰু নাৰীৰ বাবে ইটা ভাটাৰ শ্ৰমিকক লো’ৰ শিকলিৰে বান্ধি নিৰ্যাতন চলালে ইটা ভাটাৰ স্বত্তাধিকাৰীয়ে। স্থানীয় সাংবাদিক আৰু আৰক্ষীয়ে উদ্ধাৰ …