বিদ্যালয়ৰ পকী দেৱালৰ শুভ উদ্ধোধন সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

কুন্দন ভৰালী নগাঁও ১৯ নৱেম্বৰ এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ দেৱাল নিৰ্মাণৰ বাবে পুঁজি আগবঢ়াইছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। নগাঁও চহৰৰ পৰা নাতিদূৰৈত থকা মৰঙিয়াল মধ্য ইংৰাজী বিদ্যালয়ত নিৰ্মাণ হোৱা পকী দেৱালৰ শুভ উদ্ধোধন কৰে সাংসদ প্ৰদ্যুৎ বৰদলয়ে। দীৰ্ঘদিন ধৰি …

শোৱা পাটী এৰি নিশা অপৰাধীক কৰায়ত্ব কৰিবলৈ ৰাজপথলৈ ওলাই আহিল জনতা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৯ নৱেম্বৰ শিৱসাগৰৰ হাতীখোঁকত নিশা উত্তপ্ত পৰিস্থিতি৷ শোৱা পাটী এৰি নিশা অপৰাধীক কৰায়ত্ব কৰিবলৈ ৰাজপথলৈ ওলাই আহিল জনতা। স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ অভিযানত জালত পৰিল কূখ্যাত অপৰাধী ফাৰহান লস্কৰ। হানী ট্ৰেপিং, ধন …

মই যদি মেকুৰী, হিমন্ত বিশ্ব শৰ্মা এটা বান্ধৰ : হাগ্ৰামা মহিলাৰী

মীৰ জিয়াউৰ ৰহমান গোসাঁইগাঁও ১৮ নৱেম্বৰ এইবাৰ বিটিচিত বিজেপিয়ে এটা সমষ্টিও জিকিব নোৱাৰে। বিজেপিয়ে বিটিচিত সাম্প্ৰদায়িকতাৰ বীজ সিঁচি আছে। মই যদি মেকুৰী হয়, তেনেহলে হিমন্ত বিশ্ব শৰ্মা এটা বান্ধৰ। বান্ধৰৰ লেখীয়া হিমন্ত বিশ্ব শৰ্মা এটা দলৰ পৰা আনটো দললৈ বাগৰি …

বিপিএফৰ বহু বিধায়ক-নেতা বিজেপিলৈ যোৱাৰ প্ৰস্তুতি চলাইছে

নলবাৰী ১৮ নৱেম্বৰ বিপিএফৰ বহু বিধায়ক-নেতা বিজেপিলৈ যোৱাৰ প্ৰস্তুতি চলাইছে। ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীয়েই নহয় বিপিএফৰ বহু বিধায়ক-নেতাই বিজেপিত যোগদান কৰিবলৈ যোগাযোগ অব্যাহত ৰাখিছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মন্তব্য। বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিপিএফ দলৰ লগত দীৰ্ঘদিনীয়া …

তাই যাদুঘৰত হ’ব দৃশ্য-শ্ৰাব্য মাধ্যমৰে পৰ্যটকক আকৰ্ষণৰ ব্যৱস্থা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৮ নৱেম্বৰ তাই যাদুঘৰত হ’ব দৃশ্য-শ্ৰাব্য মাধ্যমৰে পৰ্যটকক আকৰ্ষণৰ ব্যৱস্থা। তাই যাদুঘৰৰ উন্নয়নৰ বাবে এপষেকৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শিৱসাগৰত উপস্থিত হৈ তাই যাদুঘৰ পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাই যাদুঘৰ …

অতি শীগ্ৰেই “কা” বিৰোধী দুই ৰাজনৈতিক দল একত্ৰিত হোৱাৰ সম্ভাৱনা

কুন্দন ভৰালী নগাঁও ১৮ নৱেম্বৰ অতি শীগ্ৰেই “কা” বিৰোধী দুই ৰাজনৈতিক দল একত্ৰিত হোৱাৰ সম্ভাৱনা। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ সম্ভাৱনা। নগাঁৱত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক সমিতিৰ কাৰ্যনিৰ্বাহক সভাত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ …

“কা”ৰ বিৰোধিতা কৰি পুনৰ প্ৰতিবাদ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৮ নৱেম্বৰ “কা”ৰ বিৰোধিতা কৰি পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ। মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত “কা” বিৰোধী সমন্বয় সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী। মহানগৰীৰ গুৱাহাটী ক্লাব আৰু শিৱসাগৰত “ক”‘ বিৰোধী সযন্বয় সমিতিৰ “কা”ৰ বিৰুদ্ধে ধৰ্ণা …

মবাইলত গেম খেলি কলকাতাৰ যুৱকে অপহৰণ কৰিলে তামুলপুৰৰ যুৱতীক

বাক্সা  ১৮ নৱেম্বৰ মোবাইলত গেম খেলি প্ৰেমৰ জালত পেলাই কলকাতাৰ যুৱকে অপহৰণ কৰিলে তামুলপুৰৰ যুৱতীক। তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ কলকাতাৰ পৰা তামুলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে যুৱতী গৰাকীক। অপহৰণকাৰী যুৱক আৰক্ষীৰ জালত। বাক্সা জিলাৰ তামুলপুৰৰ এগৰাকী যুৱতী মোবাইল গেম খেলি …

৭০০ কোটি টকাৰে নিৰ্মাণ হ’ব শিৱসাগৰৰ পৰা নগালেণ্ড সংযোজিত ৰাষ্ট্ৰীয় ঘাইপথ ৭০২(চি)

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৮ নৱেম্বৰ শিৱসাগৰৰ পৰা নগালেণ্ডক সংযোজন কৰিবলগীয়া কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাইপথ নং ৭০২(চি)ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭০০ কোটি টকা অনুমোদন দিয়াৰ বাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে সন্তুষ্টি প্ৰকাশ কৰিছে। এই …

দুৰ্নীতিৰ ধন ভাগ বতৰাত খেলিমেলি হোৱাৰ বাবেই হাগ্ৰামা মহিলৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত সংঘাত লাগিছে : ৰকিবুল হুছেইন

যতীন নাথ মাজবাট  ১৭ নৱেম্বৰ বিটিচিৰ পাঁচনৈ চেৰফাং সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি বিধায়ক ৰকিবুল হুছেইনৰ বিস্ফোৰণ। দুৰ্নীতিৰ ধন ভাগ বতৰাত খেলিমেলি হোৱাৰ বাবেই হাগ্ৰামা মহিলৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত সংঘাত লাগিছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ। আমি দুখীয়া …