বৰপেটাত ৬ কৌটি টকা ব্যয় সাপেক্ষ নিৰ্মিত কেইবাটাও আচঁনি উদ্ধোধন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজিজুল হক বৰপেটা ১৭ নৱেম্বৰ বৰপেটাত ৬ কৌটি টকা ব্যয় সাপেক্ষ নিৰ্মিত কেইবাটাও আচঁনি উদ্ধোধন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । “সময়ৰ সৈতে খাপ খুৱাই চলিব নোৱৰিলে আমি পিছ পৰি থাকিব লাগিব”, “উঠি অহা প্ৰজন্মৰ বৌদ্ধিক, শাৰিৰীক, আৰ্থিক, নৈতিক সকলো দিশৰ বিকাশ …

বিটিচিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব : হাগ্ৰামা মহিলাাৰী

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ১৭ ,নৱেম্বৰ বিটিচিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাাৰীৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ। বিপিএফ দলে দুৰ্নীতি কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ জনসভা সমুহত ধাৰাবাহিক ভাৱে কব ধৰিছে৷ হিমন্ত …

ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ আক্ৰমণ হাগ্ৰামা মহিলাৰীক

চিৰাং ১৭ নৱেম্বৰ বিটিচিত নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলক তীব্ৰ আক্ৰমণ। মই সভাপতি হৈ থাকোতে দুৰ্ণীতি পৰায়ন হাগ্ৰামাক বিজিপিত নলাও, হাগ্ৰামাক বিজেপিত লৈ বিজেপিক নুডুবাও বুলি ৰঞ্জিত দাসৰ …

কৰিমগঞ্জৰ যুৱতী ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে নগাঁৱত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

কুন্দন ভৰালী নগাঁও ১৭ নৱেম্বৰ কৰিমগঞ্জত সংঘটিত দলৱদ্ধ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে নগাঁৱত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ। নগাঁও জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নগাঁৱ জিলা উপযুক্ত কার্যলায়ৰ সমীপত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী। নলবাৰীতো মহিলা কংগ্ৰেছে ৰূপায়ন কৰে মৌন প্ৰতিবাদ। নগাঁও জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত …

সাংবাদিক মিলন মহন্তক নিগ্ৰহৰ ঘটনাত জড়িত লোকক বিচাৰি উচিত শাস্তি প্ৰদানৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

নলবাৰী ১৭ নৱেম্বৰ সাংবাদিক মিলন মহন্তক নিগ্ৰহৰ ঘটনাত জড়িত লোকক বিচাৰি উচিত শাস্তি প্ৰদানৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান।দক্ষিণ কামৰূপত সাংবাদিক মিলন মহন্তক একাংশ জুৱাৰীয়ে আক্ৰমণ কৰি শাৰীৰিক নিৰ্যাতন কৰা ঘটনাৰ প্ৰতিবাদত ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে জিলা উপায়ুক্তকৰ জৰিয়তে …

নগাৱঁত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি

কুন্দন ভৰালী নগাঁও ১৭ নৱেম্বৰ নগাৱঁত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি। সমাধিক্ষেত্ৰতেই আৱক্ষ মূৰ্তি উন্মোচন কৰিলে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত শ্বহীদগৰাকীৰ সমাধিক্ষেত্ৰত স্থাপন হ’ল আৱক্ষ মূৰ্তি। দীর্ঘসময়ৰ অন্তত নগাঁৱত স্থাপন …

মানকাচৰত ১২ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ১৭ নৱেম্বৰ মানকাচৰত ১২ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। ১৭ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অসম-মেঘালয়ৰ ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ আহ্বানত ১২ ঘন্টীয়া বন্ধ। অসমৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলোৰ ওপৰত মেঘালয় প্ৰশাসনৰ অমানৱীয় তথা বেআইনী বাধা …

জুৰিয়াত মানসিক বিকাৰগ্ৰস্ত এজন ব্যক্তি নিৰুদ্দেশ

মুস্তাক আহমেদ জুৰীয়া ১৭ নৱেম্বৰ জুৰিয়াত মানসিক বিকাৰগ্ৰস্ত এজন ব্যক্তি নিৰুদ্দেশ। পৰিয়ালৰ মাজত হাহাকাৰ৷ ৮-৯ দিন মান পূৰ্বে ৫০০ টকালৈ হাজোলৈ ওলাই যোৱা ব্যক্তি জনৰ বৰ্তমানলৈকে কোনো সন্ধান নাই। নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত বগৰিগুৰি গাঁৱৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত ব্যক্তি …

সভাত ভাষণ দি থাকোতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সন্মুখীন হ’ল এগৰাকী মহিলাৰ ক্ষোভৰ

নলবাৰী ১৬ নৱেম্বৰ সভাত ভাষণ দি থাকোতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সন্মুখীন হ’ল এগৰাকী মহিলাৰ ক্ষোভৰ। মন্ত্ৰী গৰাকীৰ সন্মুখতে মহিলা গৰাকীয়ে উদঙাই দিলে বিজেপিৰ আঁচনি সমূহত চলি থকা দালালৰাজ। বিজেপিৰ একাংশ কৰ্মীৰ সাংবাদিকক দৃশ্য গ্ৰহণ কৰাত বাধা প্ৰদান। বিভিন্ন চৰকাৰী আঁচনিৰ …

এআইইউডিএফৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি খাইৰুল আলম মিঞাৰ ইউপিপিএলত যোগদান

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ১৬ নৱেম্বৰ এইআইইউডিএফ দলৰ জ্যেষ্ঠ নেতা তথা গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি খাইৰুল আলম মিঞাই আনুষ্ঠানিকভাৱে যোগদান কৰিলে ইউপিপিএল দলত। এইআইইউডিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰাৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিলে খাইৰুল আলম মিঞাই। গোসাঁইগাঁও প্ৰেছক্লাবত আয়োজন কৰা …