শিৱসাগৰত প্ৰেছ দিৱস উদযাপন
আমিনুৰ ৰহমান সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৬ নৱেম্বৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো সংবাদকর্মী সকলে পালন কৰিলে প্ৰেছ দিৱস। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত, শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিভাগ তথা শিৱসাগৰ প্ৰেছ ক্লাব আৰু শিৱসাগৰ ই-মিডিয়া সংস্থাৰ সহযোগত ৰাষ্ট্রীয় …