শ্ৰীৰামপুৰত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ অৰ্ধশতাধিক নেতা-কর্মী বিপিএফ দলত যোগদান

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ১৩ নৱেম্বৰ শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত হোৱা সম্ভাবনা দেখা দিয়াৰ পিছতে বিটিচি নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহৰ তৎপৰতা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সমানে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কর্মীৰ মাজত দেখা গৈ দল বাগৰাৰ প্ৰৱণতা। শুকুৰবাৰে পুনৰ বিটিচিত দেখা …

জুৰীয়া জোনাকী পুথিভঁৰাল প্ৰাংগনত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

মুস্তাক আহমেদ জুৰীয়া ১৩ নৱেম্বৰ প্ৰতিদিন টাইমৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞা আৰু জুৰীয়াৰ প্ৰাক্তন ছাত্ৰনেতা তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী প্ৰসন্ন খাতনীয়াৰ অকাল বিয়োগত জুৰীয়াৰ সংবাদ ক্লাৱ আৰু একেখন নাৱৰে যাত্ৰী গ্ৰুপৰ যৌথ উদ্যোগত জুৰীয়া শাখা ছাত্ৰ সন্থা, সমন্বয় গোষ্ঠীৰ …

মছজিদৰ পৰা টকাৰ বেগ লুটি নিলে দুৰ্বৃত্তই

ধুবুৰী ১৩ নৱেম্বৰ ধুবুৰীত দুৰ্বৃত্তই লুটি নিলে ১৯ লাখ টকা। মছজিদৰ পৰা টকাৰ বেগ লুটি নিলে দুৰ্বৃত্তই। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য ধুবুৰী চহৰত। মছজিদত শুকুৰবাৰৰ নামাজ পঢ়িবলৈ অহা এজন লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে টকা ভৰ্তি বেগ। ধুবুৰী চহৰত দুৰ্বৃত্তৰ …

শ্ৰীৰামপুৰত নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহি ৰঞ্জিত দাসৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যক তীব্ৰ সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী সজল সিংহৰ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ১৩ নৱেম্বৰ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস বৃহস্পতিবাৰে বিটিচিৰ ৩ নম্বৰ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ দত্তৰ হৈ প্ৰচাৰ চলাবলৈ আহি কেতবোৰ ব্যক্তি কেন্দ্ৰিক আৰু উগ্ৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছিল। ৰঞ্জিত দাসে উক্ত সমষ্টিৰ পৰা …

দিখৌৰ যুঁৱলিত উদ্ধাৰ হ’ল সন্ধানহীন যতীন চন্দ্ৰ শৰ্মাৰ মৃতদেহ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৩ নৱেম্বৰ শিৱসাগৰ চহৰৰ সমিপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেমন দলঙৰ তলৰ দিখৌ নদীৰ যুঁৱলিত শুকুৰবাৰে পুৱাই এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ব্যক্তিয়ে পুৱাই দিখৌৰ যুঁৱলিত এটা …

আমি অভদ্ৰ নহয়, আমি ভদ্ৰ আলোচনা কৰি ভাল পাওঁ : মৌলানা আব্দুল কাদিৰ

মুস্তাক আহমেদ জুৰীয়া ১৩ নৱেম্বৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা এআইইউডিএফ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি মৌলানা আব্দুল কাদিৰৰ। মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বদৰউদ্দিন আজমলক ঠেঙা দেখুৱাইছে। আমি কিন্তু ভদ্ৰ আলোচনা কৰি ভাল পাওঁ বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ …

অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত

বাক্সা ১৩ নৱেম্বৰ তামুলপুৰ থানাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত মেছগুৰীত অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত। অবৈধভাৱে চলি থকা অধাৰ কাৰ্ড কেন্দ্ৰটোৰ পৰা বহু অপত্তিজনক নথি-পত্ৰ জব্দ কৰাৰ লগতে আটক কৰা হৈছে এজন লোকক। আটকাধীন লোক জন অচিত সেন বুলি জানিব …

প্ৰতিবাদৰ পিছত গা লৰিল শিৱসাগৰ প্ৰশাসনৰ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১২ নৱেম্বৰ বুধবাৰে শিৱসাগৰত আটাছুৰ উত্তাল প্ৰৰিবাদ। আটাছুৰ শতাধিক কৰ্মকর্তাই শিৱসাগৰ জিলা প্ৰশাসনৰ ভূমিকাত ক্ষোভিত হৈ ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। শিৱসাগৰ জিলা প্ৰশাসনক আটাছুৰ হুংকাৰে বাধ্য কৰিলে বেদখলকাৰীক উচ্ছেদ কৰিবলৈ। ঐতিহাসিক তলাতল …

আৰমিনাক প্ৰয়োজন আপোনাৰ সহায়ৰ

ইয়াছিন আলী বঙাইগাঁও ১২ নৱেম্বৰ জীয়াই থকাৰ দুৰ্বাৰ হেপাহ এগৰাকী কিশোৰীৰ। কিশোৰী গৰাকীৰ বাবে অসমবাসী ৰাইজৰ সাহায্য বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ। কন্যাৰ চিকিৎসাৰ বাবদ ঘৰ-বাৰী সকলো বিক্ৰী কৰিলে পিতৃয়ে। সঘনাই স্বাস্থ্য বিভাগৰ বিভিন্ন আচঁনিৰ প্ৰচাৰ কৰি থকা চৰকাৰখনৰ আচঁনি ঢুকি …

বিটিচি অঞ্চলৰ ৰাইজৰ সৈতে বিজেপিৰ মিত্ৰতা আছে : ৰঞ্জিত দাস

মিৰ জিয়াওৰ ৰহমান গোসাইগাঁও ১২নৱেম্বৰ বিটিচিত কোনো ৰাজনৈতিক দলৰ সৈতে বিজেপিৰ মিত্ৰতা নাই। বিটিচি অঞ্চলৰ ৰাইজৰ সৈতে মিত্ৰতা আছে বিজেপিৰ। গোসাঁইগাঁৱত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপি দলৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য। এইবেলি বিটিচিত বিজেপি চৰকাৰ গঠন …