যোগান মন্ত্ৰীৰ প্ৰতিকী লগত লৈ কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদ

ইয়াছিন আলী বঙাইগাঁও ৩ নৱেম্বৰ বজাৰত জুই চাই দাম। নিৰ্বিকাৰ যোগান মন্ত্ৰী ফনীভূষন চৌধুৰী। নিমাত চৰকাৰ। মাণিকপুৰৰ ভাণ্ডাৰাত মূল্য বৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিনৱ প্ৰতিবাদ। মূল্যবৃদ্ধি ৰোধৰ দাবীত যোগান মন্ত্ৰীৰ প্ৰতিকী লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি …

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সুৰ সলনি, বিটিচিত লিডাৰশ্বিপ নহ’লে পাৰ্টনাৰশ্বিপ হ’বই বিজেপি

চিৰাং ৩ নৱেম্বৰ মঙলবাৰে চিৰাং জিলা বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক সভা বাসুগাঁৱত অনুষ্টিত হয়। বাসুগাঁও পৌৰ সভাৰ সভাকক্ষত অনুষ্টিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। ৰঞ্জিত দাসে সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমক কয় যে এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনত …

মঙলদৈৰ পৰা নাবালিকাক অপহৰণ কৰিবলৈ দক্ষিণ শালমাৰালৈ আহি ৰঙাঘৰৰ আলহী হ’ল ৭ জনকৈ দুস্কৃতিকাৰী

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ৩ নৱেম্বৰ মঙলদৈৰ পৰা নাবালিকাক অপহৰণ কৰিবলৈ দক্ষিণ শালমাৰালৈ আহি ৰঙাঘৰৰ আলহী হ’ল ৭ জনকৈ দুস্কৃতিকাৰী। মিছ কলৰ জৰিয়তে নাবালিকা গৰাকী প্ৰেমত পৰিছিল অপহৰণকাৰী দলটোৰ এজন যুৱকৰ সৈতে। ৰাইজে আটক কৰি আৰক্ষীক গতাই দিলে অপহৰণকাৰী দলটোক। …

ম্যাদ ওকলা ঔষধ বিক্ৰিক লৈ শিৱসাগৰৰ প্রগতি নার্ছিং হোমত তীব্ৰ উত্তেজনা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২ নৱেম্বৰ ম্যাদ ওকলা ঔষধ বিক্ৰীক লৈ শিৱসাগৰৰ প্রগতি নার্ছিং হোমত তীব্ৰ উত্তেজনা। ভূক্তভোগী ৰোগীৰ আত্মীয়ৰ সদৰ থানাত এজাহাৰ দাখিল৷ দণ্ডাধীশৰ অভিযানত পোহৰলৈ আহিল বিস্ফোৰক অনিয়ম। শিৱসাগৰ নগৰৰ সমীপৰ চেঙনিকটীয়া ৩৭ নং ৰাষ্ট্ৰীয় …

বিটিচি’ৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ব্লক বিপিএফ মহিলা মঞ্চৰ উদ্দোগত মহিলা সৱলীকৰণ সমাৰোহ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ২ নবেম্বৰ বিটিচি’ৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ব্লক বিপিএফ মহিলা মঞ্চৰ উদ্দোগত মহিলা সৱলীকৰণ সমাৰোহ। বিটিচি’ত শান্তি প্ৰতিষ্ঠিত কৰিব পাৰিব বিপিএফ দলে অন্য দলে নোৱাৰে দাবী বেগম আকতাৰাৰ। বিটিচি’ত একমাত্ৰ বিপিএফ দলেই শান্তি প্ৰতিষ্ঠিত কৰিব পাৰিব৷ …

২০২১ ত পুনৰ বকো দখল কৰাৰ অভিযানত নন্দিতা দাস

ফজলুৰ ৰহমান সোণতলী ২ নৱেম্বৰ ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে কামৰূপ জিলাৰ ৪৮ নং বকো সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। অন্যান্য ৰাজনৈতিক দল সমূহৰ সমান্তৰালকৈ কংগ্ৰেছৰ দখলত থকা বকো …

শ্ৰেণী কোঠাৰ দুৱাৰ খুলিয়ে ছাত্ৰ-ছাত্রীয়ে প্ৰত্যক্ষ কৰিলে চিপ লৈথকা মৃতদেহ

মুস্তাক আহমেদ জুৰীয়া ২ নৱেম্বৰ বিদ্যালয় খোলাৰ প্ৰথম দিনাই শ্ৰেণী কোঠাত উদ্ধাৰ মৃতদেহ। নগাঁও জিলাৰ জুৰীয়াৰ এখন বিদ্যালয়ৰ শ্ৰেণী কোঠাত উদ্ধাৰ মৃতদেহ। ছাত্ৰ ছাত্ৰীৰ মাজত হুৱাদুৱা। বিদ্যালয়খনৰ কৰ্তৃপক্ষই বিদ্যালয় খোলাৰ আগদিনা বিদ্যালয়খন নকৰিলে ছেনিটাইজেচন। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বন্ধ হৈ …

গৰৈমাৰীত ফান্সৰ ৰাষ্ট্ৰপ্ৰধানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ফজলুৰ ৰহমান সোণতলী ২ নৱেম্বৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীত ফান্সৰ ৰাষ্ট্ৰপ্ৰধানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। একাংশ মুছলমান নাগৰিকৰ হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ফান্সৰ ৰাষ্ট্ৰপ্ৰধানৰ বিৰোধিতা। ফ্ৰান্সৰ উৎপাদিত সকলো সামগ্ৰী বৰ্জনৰ আহ্বান প্ৰতিবাদকাৰী। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ ধৰ্মগুৰু হজৰত মহম্মদৰ কাৰ্টুন বিবাদকলৈ …

গোসাঁইগাঁৱত একেটা পৰিয়ালৰ পাঁচ গৰাকী লোকৰ আত্মহত্যা

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২ নৱেম্বৰ গোসাঁইগাঁৱৰ তুলসীবিলত মৰ্মান্তিক ঘটনা। চিপ লৈ একেটা পৰিয়ালৰ পাঁচ গৰাকী লোকৰ আত্মহত্যা। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু শোকৰ ছাঁ।   কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিল বজাৰত ভাড়া ঘৰত থকা একেটা পৰিয়ালৰ পাঁচ গৰাকীকৈ লোকে দেওবাৰে …

ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচন (ইজা)ৰ বৰপেটা জিলা সমিতি গঠন

আজিজুল হক বৰপেটা ১ নৱেম্বৰ ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচন চমুকৈ “ইজা”ৰ বৰপেটা জিলা সমিতিখন দেওবাৰে গঠন কৰা হয়। কয়াকুছি প্ৰেছ এছোচিয়েচন”ৰ কাৰ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি ৰাজ্যিক সমিতিৰ উপ সভাপতি হেমেন শৰ্মাৰ উপস্থিতিত কয়াকুছি প্ৰেছ এছোচিয়েচন”ৰ সভাপতি আহমেদ আলীৰ সভাপতিত্বত …