পৰ্যটকৰ বাবে মুকলি হ’ল লাওখোৱা অভয়াৰণ্য

মুস্তাক আহমেদ জুৰীয়া ১ নৱেম্বৰ পৰ্যটক সকলৰ বাবে সুখবৰ।প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা লাওখোৱা অভয়াৰণ্যৰ অন্যতম প্ৰধান পৰ্যটনস্থলী কাটাখাল আনুষ্ঠানিকভাৱে মুকলি হ’ল পৰ্যটকৰ বাবে। অভয়াৰণ্যখনৰ কাটাখালৰ লগতে দন্দুৱা বিলৰ পাৰক আকৰ্ষণীয় বনভোজস্থলী ৰূপত গঢ়ি তুলিছে বন বিভাগে। শীতৰ আগমনৰ লগে লাগে ৰাজ্যৰ …

বিটিআৰ’ৰ পৰা গাঁও কৰ্তন হাগ্ৰামাৰ কথাত নহ’ব, আয়োগেহে সিদ্ধান্ত গ্ৰহন কৰিব : ৰণগৌৰা নাৰ্জাৰী

চিৰাং ১ নৱেম্বৰ দেওবাৰ চিৰাংত ইউপিপিএল দলে জিলাখনৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিত এক পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। সমষ্টিটোৰ অন্তৰ্গত ছাতিপুৰ প্ৰাইমাৰী ইউপিপিএল দলৰ কাৰ্যলয়ৰ পৰা প্ৰায় পাঁচ শতাধিক লোকে এই পৰিবৰ্তন পদযাত্ৰাত অংশগ্ৰহণ কৰে৷ ইউপিপিএল দলৰ উপ সভাপতি …

দক্ষিণ কামৰূপৰ সোণতলীত একে দিনাই কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন বকোৰ বিধায়িকা নন্দিতা দাসৰ

ফাজলুৰ ৰহমান সোণতলীত ১ নৱেম্বৰ দক্ষিণ কামৰূপৰ সোণতলীত শণিবাৰে বকোৰ বিধায়িকা নন্দিতা দাসে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠা, শৌচালয়, স্নানাগাৰ নিৰ্মাণ বাবে ৪ লাখ ৫০ হাজাৰ টকা আৰু টাংগনমাৰী গাঁৱৰ হাজী জহিৰ উদ্দিন এম ই মাদ্ৰাছাৰ চাৰিসীমাৰ পকী দেৱাল …

মুছলমানৰ দেহত গাহৰিৰ তেজ থকা বুলি বিতৰ্কীত মন্তৰ্ব্য কৰা তৌফিকউদ্দিন আহমেদৰ বিৰুদ্ধে শিৱসাগৰত ক্ষোভৰ জুই

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ  ১ নৱেম্বৰ মুছলমানৰ দেহত গাহৰিৰ তেজ থকাৰ বিতৰ্কীত মন্তৰ্ব্য কৰা তৌফিকউদ্দিন আহমেদক সংখ্যালঘু উন্নয়ণ বৰ্ডৰ অধ্যক্ষৰ পদত নিযুক্তি দিয়াক লৈ শিৱসাগৰত ক্ষোভৰ জুই ৷ চহৰৰ মাজমজিয়াত প্ৰতিমুৰ্তি দাহেৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ …

চোৰাং পশুধন ভৰ্তি নাওঁ নহয়, এইবাৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ বিলাতী সুৰা ভৰ্তি নাওঁ

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ১ নৱেম্বৰ চোৰাং পশুধন ভৰ্তি নাওঁ নহয়, এইবাৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ বিলাতী সুৰা ভৰ্তি নাওঁ। হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণৰ বিলাতী সুৰাসহ নাওঁ জব্দ। জলপথেৰে সুৰা সৰবৰাহৰ লগত জড়িত এজন লোকো আটক। নামনি অসমৰ ধুবুৰী আৰু …

মিঞা সংগ্ৰহালয় : কংগ্ৰেছ দলত এতিয়া ভালকৈয়ে জমিছে বঙহৰ যুঁজ

আব্দুল হক নগৰবেৰা ১ নৱেম্বৰ মিঞা সংগ্ৰহালয়ে এতিয়া কংগ্ৰেছীৰ মাজতে সৃষ্টি কৰিছে যুঁজৰ। মিঞা সংগ্ৰহালয়ৰ বিতৰ্ককলৈ কংগ্ৰেছ দলতে এতিয়া ভালকৈয়ে জমিছে বঙহৰ যুঁজ। মিঞা সংগ্ৰহালয় বিচাৰি সৰ্বত্ৰে বিতৰ্কত সোমাই পৰা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ সমষ্টিত এতিয়া কংগ্ৰেছ দলৰে বিধায়ক ৰূপজ্যোতি …

বিটিআৰ চুক্তি সাল-সলনি নকৰিলে বড়ো ভূমিত বড়ো আৰু অবড়োৰ মাজত সংঘাত নিশ্চিত : হাগ্ৰামা মহিলাৰী

চিৰাং ৩১ অক্টোবৰ বিটিআৰ চুক্তি সাল-সলনি নকৰিলে বড়ো ভূমিত বড়ো আৰু অবড়োৰ মাজত সংঘাত নিশ্চিত বুলি বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ। বিটিআৰ শান্তি চুক্তিকাৰী সকলে ৰঞ্জন দৈমাৰীক ইউজ এণ্ড থ্ৰো কৰিলে বুলি মন্তব্য অঞ্জলি দৈমিৰীৰ। কৰ’ণা মহামাৰীৰ বাবে স্থগিত হৈ থকা …

যৌতুকৰ বাবে পত্নীক কেৰাচিন ঢালি জ্বলাই দিলে স্বামীয়ে

মুস্তাক আহমেদ জুৰীয়া ৩১ অক্টোবৰ জুৰীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। যৌতুকৰ বাবে এগৰাকী বোৱাৰীক কেৰাচিন ঢালি জ্বলাই দিলে স্বামীসহ স্বামীৰ পৰিয়ালৰ লোকে। অগ্নিদগ্ধ বোৱাৰী গৰাকীৰ পিতৃগৃহৰ পৰিয়ালৰ লোকে ঘটনা সংক্ৰান্তত পাঁচ জন লোকৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত গোচৰ তৰিছে। আৰক্ষীয়ে …

নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংকল্প দিৱস উপলক্ষে কভিড যোদ্ধাক সম্বৰ্ধনা

ছাহিদুল আলম ডবকা ৩১ অক্টোবৰ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংকল্প দিৱস উদযাপন৷ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংকল্প দিৱস উপলক্ষে কভিড যোদ্ধাক সম্বৰ্ধনা। দেশজুৰি শনিবাৰে লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ …

শিৱসাগৰত ৰাষ্ট্ৰীয় একতা দিৱসৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৩১ অক্টোবৰ শনিবাৰে দেশৰ প্ৰথম গৰাকী উপ প্ৰধানমন্ত্ৰী, প্ৰাক্তন গৃহমন্ত্ৰী, লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনে স্থানীয় বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় একতা দিৱস। ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত …