নগাঁও জিলাৰ অধিকাংশ অঞ্চলৰ লোকে পাৰ কৰিব লগীয়া হ’ল অন্ধকাৰচন্ন এটা নিশা
নৱজ্যোতি বৰুৱা চামগুৰি ১৮ ছেপ্টেম্বৰ ঘোৰ অমানিশা আৰু চৰম বিদ্যুৎ সংকটৰ বাবে সমগ্ৰ নগাঁও জিলাৰ অধিকাংশ অঞ্চলৰ লোকে পাৰ কৰিব লগীয়া হ’ল অন্ধকাৰচন্ন এটা নিশা। চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাব ষ্টেচনত বৃহস্পতিবাৰে বিশ্বকৰ্মা পূজাৰ দিনা পুৱাই এটা মেগা ট্ৰাঞ্চফৰ্মাৰ এক ভয়াবহ …