সোণতলীত পথ দুৰ্ঘটনাত নিহত শিশু
ফজলুৰ ৰহমান সোণতলী ১০ আগষ্ট দক্ষিণ কামৰূপৰ সোণতলীত পথ দুৰ্ঘটনাত হতাহত দুই ভগ্নী। এগৰাকী ভগ্নী নিহত হোৱাৰ লগতে আহত অন্য এগৰাকী ভগ্নী। নিহত শিশুটি ৩ নং দক্ষিণ ৰঙাপানীৰ ৰবিউল হুছেইনৰ কন্যা ৰহিমা বেগম আৰু আহত শিশুটি আয়শা বেগম। দক্ষিণ কামৰূপৰ …