লাওখোৱা অভয়াৰণ্যত বানপানীৰ কবলত পৰি মৃত্যু বন্যপ্ৰাণীৰ

জুৰীয়া শিবেন্দু বৰা ১৪ জুলাই লাওখোৱা অভয়াৰণ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰা অভয়াৰণ্যখনৰ বাঢ়নী পানীৰ মাজৰ পৰা দুটা কেটেলা পহুৰ লগতে ৯ টাকৈ পহু জীৱন্তে উদ্ধাৰ। বানপানীৰ ফলত বৰ্তমানলৈকে লাও খোৱা অভয়াৰণ্যত মৃত্যু হৈছে এটা …

আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ শিবিৰত মোক্ষম আঘাত

কুন্দন ভৰালী নগাঁও ১৩ জুলাই আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ শিবিৰত মোক্ষম আঘাত। নগাঁৱৰ ৰহাত আঞ্চলিক দলটোৰ ধ্বজা উৰুৱাই ৰখা অৰ্দ্ধ শতাধিক নেতা-কৰ্মীয়ে ত্যাগ কৰিলে দল। অসম গণ পৰিষদৰ অৰ্দ্ধ শতাধিক নেতা-কৰ্মীৰ লগতে প্ৰয়াত নেতা প্ৰসন্ন …

ধুবুৰীৰ তামাৰহাট কুমাৰগঞ্জত গংগাধৰ নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ

আনিছুৰ আলী গৌৰীপুৰ ১৩ জুলাই যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰী জিলাত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। জিলাখনৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ বাঢ়নী পানীৰ মাজত ককবকাই থকাৰ মাজতে তামাৰহাটত গংগাধৰ নদীৰ বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে বৃহত্তৰ কুমাৰগঞ্জ অঞ্চল। গংগাধৰ নদীৰ …

লাওখোৱা অভয়াৰন্যত বলীয়া বানৰ সংহাৰী ৰূপ

শিবেন্দু বৰা জুৰীয়া ১৩ জুলাই উজনিৰ পৰা নামনিলৈকে বানৰ তাণ্ডৱ। বানৰ পানীত ককবকাইছে ৰাজ্যৰ লাখ লাখ মানুহ। মানুহৰ লগতে বলীয়া বানে সংকট কঢ়িয়াই আনিছে বন্যপ্ৰাণী সমূহলৈও। বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সমূহে নিৰাপদ স্থানলৈ ঢাপলি মেলাৰ মাজতে বলীয়া …

ৰাজ্যৰ শেহতীয়া বানপৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী ১২ জুলাই ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপৰিস্থিতিয়ে। উজনিৰ পৰা নামনিলৈকে চলিছে বানৰ তাণ্ডৱ। ৰাজ্যৰ শেহতীয়া বানপৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰিলে ৰাজ্যৰ শেহতীয়া বানপৰিস্থিতিৰ। কৰ’ণা ভাইৰাছৰ তাণ্ডৱ সমান্তৰালে ৰাজ্যত …

পুনৰ বানৰ কবলত ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল

আনিছুৰ আলী গৌৰীপুৰ ১২ জুলাই পুনৰ বানৰ কবলত পৰিছে নামনি অসমৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চল। জিলাখনত বানৰ কবলত পৰা বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ। বাঢ়নী পানীত ককবকাই থকা ৰাইজৰ খবৰ লবলৈ সময় নাই জন প্ৰতিনিধিৰ। বি টি এ ডিৰ অন্তৰ্গত পৰ্বতঝোৰাৰ …

নিচা জাতীয় সমগ্ৰীৰ বিৰুদ্ধে ৰাইজৰ অভিযান

কুন্দন ভৰালী নগাঁও ১২ জুলাই নিচা জাতীয় সমগ্ৰীৰ বিৰুদ্ধে ৰাইজৰ অভিযান। ৰাইজে উচ্ছেদ কৰিলে নিচা জাতীয় সামগ্ৰীৰ ঘাটি। আৰক্ষীক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজ নিজে নামিল নিচা জাতীয় সমগ্রীৰ ঘাটি …

যোৰাবাটত ভয়াবহ ভূমিস্খলন : নিহত দুজন

গুৱাহাটী ১২ জুলাই নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটত ভয়াবহ ভূমিস্খলন। পুৱতি নিশাৰ ভাগত সংঘটিত হোৱা এই ভূমিস্খলনৰ ঘটনাত নিহত হৈছে দুজন লোক। এছ ডি আৰ এফ, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোকে মাটিৰ তলত পৰা উদ্ধাৰ কৰিলে মৃত লোক দুজনক। কৰ’ণা …

আৰক্ষীৰ জালত তিনি জুৱাৰী

শিবেন্দু বৰা জুৰীয়া ১১ জুলাই নগাঁও জিলাৰ জুৰীয়াৰ কাষৰিত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। নগদ ধন সহ আটক তিনি জুৱাৰী ক্ৰমে, ফিৰুজ আহমেদ, আশ্ৰাফুল ইছলাম আৰু ৰৈচুদ্দিন আলী। কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যবাসীয়ে যুদ্ধ চলাই থকাৰ মাজতে কৰ’ণা …

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধকলৈ কঠোৰ নগাঁও জিলা প্ৰশাসন

কুন্দন ভৰালী নগাঁও ১০ জুলাই নগাঁও জিলত কঠোৰ হৈছে নগাঁও আৰক্ষী আৰু জিলা প্ৰশাসন। কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধকলৈ পূৰ্বতকৈ অধিক কঠোৰ হ’বলৈ বাধ্য হৈছে নগাঁও আৰক্ষী আৰু জিলা প্ৰশাসন। বিশেষকৈ মাস্ক পৰিধান নকৰাকৈ ওলাই অহা লোক সকলক ৰেহাই দিয়া নাই …