বিধানসভাৰ মজিয়াত শুই শুই প্ৰতিবাদ বিধায়কৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ নৱেম্বৰ : শীতকালীন অধিৱেশনৰ প্ৰথমদিনাই উত্তাল বিধানসভাৰ মজিয়া। উল্লেখ্য যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে এন আৰ চি আৰু কেবক লৈ সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল। কিন্তু ইয়াৰ অনুমতি নিদিলে অধ্যক্ষই যাৰ বাবে …

৬ বছৰ ধৰি এটা পথৰ সলনি সৃষ্টি হৈ আছে পুখুৰীৰ : চকু মুদা কুলিৰ ভাৱত জনপ্ৰতিনিধি

কলগাছিয়া, সংবাদ ৩৬৫, ২৮ নৱেম্বৰ : জৰাজীৰ্ণ পথৰ ফলত জীয়াতো ভুগিবলগীয়া হৈছে জনসাধাৰণ। প্ৰায় ৬ বছৰ ধৰি এটা পথৰ সলনি পুখুৰীৰ সৃষ্টি হৈ আছে এটা পথ । তথাপিও চকু মুদা কুলিৰ ভাৱত শুই আছে জনপ্ৰতিনিধি। কলগাছিয়াৰ পৰা গুনীলগুৰি হৈ বালাগাওঁ …

২০২০ চনৰ ভিতৰত টেট পৰীক্ষা অনুষ্ঠিত কৰিব সংযোগী শিক্ষকৰ বাবে

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ : প্ৰতিবাদী শিক্ষকসমাজলৈ অৱশেষত চকু মেলি চালে ৰাজ্যৰ শিক্ষা বিভাগে। দীৰ্ঘদিনৰ দাবী প্ৰতিবাদবোৰৰ পাছত মানি ললে শিক্ষা বিভাগে । ২০২০ চনৰ ভিতৰত টেট পৰীক্ষা অনুষ্ঠিত কৰিব সংযোগী শিক্ষকৰ বাবে । এই সন্দৰ্ভত ১৫ ডিচেম্বৰৰ ভিতৰত …

ইছৰ’ৰ আন এক অভিযান : সফল উৎক্ষেপণক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ : চন্দ্ৰযান ২ ৰ পিছতে ইছৰ’ৰ আন এক অভিযান। ২৭ নৱেম্বৰ পুৱা ৯. ২৮ বজাত ইছৰ’ই শ্ৰীহৰিকটোৰ পৰা পিএছএলভি-চি৪৭ ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰে কাৰ্টোচেট-৩ আৰু আমেৰিকাৰ ১৩টা বানিজ্যিক নেন’ উপগ্ৰহ। কাৰ্টোছেট-৩ এক কাৰ্টোগ্ৰাফি বা …

অসমত নিষিদ্ধ হ’ল গুটখা, পাণ মছলা আদি ধপাত আৰু নিকটিনজাতীয় সামগ্ৰী

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ : ৰাজ্যত নিষিদ্ধ হ’ল ধপাত আৰু নিকটিনজাতীয় সামগ্ৰী । এতিয়াৰে ৰাজ্যত নাপাব কোনোধৰণৰ এনে সামগ্ৰী। জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছে খাদ্য সুৰক্ষা বিভাগে । ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে এবছৰৰ বাবে …

চিকিৎসালত ভৰ্তি বদৰুদ্দিন আজমল : পূৰ্বতকৈ উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ নৱেম্বৰ : চিকিৎসালয়ত ভৰ্তি এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমল। হোজাইৰ হাম চিকিৎসালয়ত জ্বৰ, মধুমেহ আৰু শ্বাস–প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে এ আই ইউ ডি এফৰ নেতাগৰাকী। যোৱা দেওবাৰেই হাস্পতালত ভৰ্তি …

অভিশপ্ত মুম্বাই আক্ৰমণৰ আজি সম্পূৰ্ণ ১১টা বছৰ

মুম্বাই, ২৬ নৱেম্বৰ, সংবাদ ৩৬৫: আজি ২৬/১১। ১১টা বছৰ সম্পূৰ্ণ কৰিলে অভিশপ্ত মুম্বাই আক্ৰমণৰ। এই কলা দিনটো দেশবাসীয়ে আজিও পাহৰিব পৰা নাই। আজিৰ দিনটোতেই অৰ্থাৎ ২০০৮ চনৰ ২৬ নৱেম্বৰৰ দিনা মুম্বাইৰ কেবাটাও স্থানত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ দহটা সন্ত্রাসবাদীয়ে চলোৱা নিৰ্বিচাৰ …

সন্দেহযুক্ত এন এছ চি এন আৰু আলফা স্বাধীনৰ কেডাৰ আটক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ নৱেম্বৰ : চৰাইদেউত আটক সন্দেহজনক ছয়জন এন এছ চি এনৰ সদস্য। এন এছ চি এনৰ সহযোগত নগাই বনাঞ্চল ধ্বংস কৰাৰ অভিযোগ। অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত অভিযান । অভিযানত অত্যাধুনিক গছ কটা মেচিনৰ লগতে …

গোৱালপাৰা ৰাস মহোৎসৱত ভয়ংকৰ কূটাঘাটৰ পৰিকল্পনা উগ্ৰপন্থীৰ : গোৱালপাৰাত তিনি উগ্ৰপন্থীক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ : গোৱালপাৰাৰ ৰাস মহোৎসৱত ভয়ংকৰ কূটাঘাটৰ পৰিকল্পনা আই এছ আইৰ । ৰাঙলী হোৱাৰ পৰা ৰক্ষা পৰিল গোৱালপাৰা। দেওবাৰে গোৱালপাৰাৰ পৰা দিল্লী আৰক্ষীৰ বিশেষ শাখা আৰু গোৱালপাৰা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় তিনি উগ্ৰপন্থী। উগ্ৰপন্থী কেইজনৰ …

কেবৰ বিৰোধীতাৰে প্ৰচাৰ অভিযানত নামিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ ক্ৰমাৎ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূব । সমগ্ৰ উত্তৰ-পূৱৰ লগতে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন । ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন দল-সংগঠনে বিভিন্ন প্ৰতিবাদী …