গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ২নং ছাত্ৰাবাসৰ ছাত্রৰ ৩০ অক্টোবৰত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ অক্টোবৰ : ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত কৰুণ মৃত্যুক সাৱটি লোৱা মৃতকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ২ নং ছাত্ৰাবাসৰ ছাত্ৰসকলে। ছাত্ৰবাসৰ সমূহ ছাত্ৰসকল একত্ৰিত হৈ সন্ধিয়া ৭ বজাত হোষ্টেল প্ৰাঙ্গনত …

সোণোৱাল চৰকাৰক বুঢ়া আঙুলি দেখুৱাই অসম-মেঘালয়ত অব্যাহত আছে অবৈধ কলা হীৰাৰ ৰমৰমীয়া ব্যৱসায় : প্ৰশাসনৰ ওচৰত সম্পূৰ্ণ ক্ষমতা থকাৰ পাছতো বন্ধ কৰিব পৰা নাই চোৰাং ব্যৱসায়

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ অক্টোবৰ : মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীল নীতিক আওকাণ কৰি চৰকাৰক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত অব্যাহত আছে অবৈধ কয়লাভৰ্তি ট্ৰাকৰ ৰমৰমীয়া ব্যৱসায় । ইয়াৰ সকলো তথ্য অপৰাধ অনুসন্ধান শাখাৰ লগতে আৰক্ষীৰ ওচৰত থকাৰ পাছতো এই সমূহ অবৈধ ট্ৰাকক …

কেইটামান বছৰৰ পাছতেই মায়ানগৰী মুম্বাই বুৰ যাব পানীৰ তলত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্ছীত অৱস্থিত বিজ্ঞান সংস্থা ‘ক্লাইমেট চেণ্ট্ৰেল’ৰ দ্বাৰা প্ৰকাশিত গৱেষণামূলক নিবন্ধত প্ৰকাশ পাইছে যে কেইটামান বছৰৰ পাছত অৰ্থাৎ ২০৫০ চনৰ ভিতৰত মায়ানগৰী মুম্বাই ডুব যাব পানীৰ তলত । সাগৰৰ জলপৃষ্ঠৰ উচ্চতা …

মহিলাৰ বিনামূলীয়া বাছৰ পিছত এইবাৰ এওঁলোকৰ বিনামূলীয়া বাছ সেৱা

নতুন দিল্লী, ৩০ অক্টোবৰ: দেশৰ ৰাজধানী নতুন দিল্লীত মঙ্গলবাৰৰ পৰা মহিলাসকলৰ সুৰক্ষা আৰু সশক্তিকৰণৰ বাবে বিনামূলীয়া বাছ সেৱা আৰম্ভ কৰাৰ পাছতে বুধবাৰে দিল্লী চৰকাৰে পুনৰ বয়োজেষ্ঠ্য নাগৰিক আৰু বিদ্যাৰ্থীসকলৰ বাবে বিনামূলীয়া বাছ সেৱাৰ বিষয়ে সম্ভাৱনা জাৰি কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ …

১৭ বছৰ বয়সতে আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হ’ল এ ৰামায়াক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ অক্টোবৰ : এগৰাকী কিশোৰী। নাম এ ৰামায়া। বয়স ১৭ বছৰ । দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰা কিশোৰীগৰাকীক ১৭ বছৰতে আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হ’ল । এইয়া হৈছে তেলেংগানাৰ ৰছাকোণ্ডাৰ ঘটনা । তেজৰ কৰ্কট ৰোগৰ সৈতে …

১১ বছৰ সম্পূৰ্ণ কৰিলে অভিশপ্ত ৩০ অক্টোবৰে : নিহতক সোঁৱৰী আকৌ এবাৰ কান্দোনত ভাগি পৰিল পৰিয়ালৰ লোক

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ অক্টোবৰ : অসমৰ বাবে এক অভিশপ্ত দিন ৩০ অক্টোবৰ। ১১ বছৰ সম্পূৰ্ণ হ’ল এই অভিশপ্ত দিনটোৰ। ২০০৮ চনৰ ৩০ অক্টোবৰৰ পুৱা গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰী, কোকৰাঝাৰ, বৰপেটাৰোড আৰু বঙাইগাঁৱত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ। বোমা বিস্ফোৰণৰ …

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত নিহত পশ্চিমবঙ্গৰ ৫ শ্ৰমিক

জম্মু-কাশ্মীৰ, ৩০ অক্টোবৰ: জম্মু–কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পিছৰে পৰা ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীয়ে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰি আহিছে। বিগত ১৫ দিনত ১১জন লোকক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। মঙ্গলবাৰেও সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ কুলগামত চলোৱা আক্ৰমণত প্ৰাণ গ’ল ৫ জন পশ্চিমবঙ্গৰ শ্ৰমিকৰ। সন্ত্ৰাসবাদীয়ে হত্যা …

শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাছুলেৰে পকেট গৰম অধ্যক্ষকৰ : ঢকুৱাখনাত ডি এল এড ডিগ্ৰী দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ শিক্ষাৰ্থীৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ অক্টোবৰ : ঢকুৱাখনাত ডি এল এড ডিগ্ৰী দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ শিক্ষাৰ্থীৰ । এজন শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ নিৰ্দেশক, বন্ধু আৰু পথ-প্ৰদৰ্শক ৰূপে বিবেচনা কৰা হয়। শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱ প্ৰতিজন শিক্ষিত লোকেই নিজ …

আতচবাজীৰ আঘাটত মৃত্যু শিশুৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ অক্টোবৰ : পোহৰৰ উৎসৱ দিপাৱলী। কিন্তু বৰ্তমান পোহৰৰ ঠাইত যেন আতচবাজীৰহে উৎসৱ । দিপাৱলীৰ দুই তিনিদিন আগৰ পৰাই চাৰিওফালে ফটকাৰ শব্দ । এইকেইদিনত সকলোৱে আচলতে নিজকে বচাই ৰাখিব লাগে কিন্তু তাকে নকৰি সকলো আতচবাজীৰ লগত …

বানৰ বাবে ব্যাহত ৰে’ল যাত্ৰা : বাতিল কৰা হৈছে ৬ খনকৈ যাত্ৰীবাহী ৰে’ল

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ অক্টোবৰ : প্ৰৱল বৰষুণৰ বাবে বৃদ্ধি পাইছে নৈৰ বাঢ়নী পানী । যাৰ বাবে ব্যাহত হৈ পৰিছে ৰে’ল যাত্ৰা। বাতিল কৰা হৈছে ৬ খনকৈ যাত্ৰীবাহী ৰে’ল। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ লামডিং মাণ্ডলিক কাৰ্যালয়ৰ বানিজ্য শাখাৰ প্ৰৱন্ধক …