মৰঙীত ভয়াৱহ পথ দুৰ্ঘটনা : অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু তিনি আৱকাৰী বিষয়া

গোলাঘাট, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ : ক্ৰমান্বয়ে ইটোৰ পাছত সিটোকৈ বাঢ়ি আহিছে পথ দুৰ্ঘটনা । ডিমৌত অলপতে হৈ যোৱা দুটা ভয়াৱহ দুৰ্ঘটনাৰ পিছত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে তিনি আৱকাৰী বিষয়াৰ। প্ৰাপ্ত খবৰ অনুসৰি এক বিশেষ অভিযানৰ …

বেলুচীৰ স্বাধীনতা সংগ্ৰামৰ বাবে ভাৰতৰ সহযোগিতাৰ আহ্বান

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : সাত দশক ধৰি পাকিস্তানৰ দখলৰ পৰা মুক্ত হবলৈ বেলুচী সকলৰ সংগ্ৰামৰ প্ৰতি ভাৰতীয় জনগণ আৰু চৰকাৰৰ সহায় সহযোগিতা বিচাৰিছে বেলুচ স্বাধীনতা সংগ্ৰামী নেতা হায়াৰ বায়াৰ মাৰীয়ে। গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সকলৰ সৈতে বুধবাৰে এক …

নিৰ্বাচনী আয়োগত অভিযোগ দাখিল কংগ্ৰেছৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : ইতিমধ্যে ঘোষণা কৰা হৈছে উপ-নিৰ্বাচনৰ তাৰিখ । তাৰিখ ঘোষণা হোৱাৰ লগে লগে জাৰি কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি । কিন্তু শাসকীয় দল অৰ্থাৎ বিজেপি চৰকাৰে নিৰ্বাচনী আচৰণ বধি উলংঘন কৰাৰ অভিযোগ বিৰোধী দল কংগ্ৰেছৰ। …

কিয় দাম বাঢ়িছে পিয়াঁজৰ ?

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত দাম বাঢ়িছে পিয়াঁজৰ। ৫ থকাকৈ বাঢ়ি আছে প্ৰতি কেজি পিয়াঁজৰ দাম । বৰ্তমান প্ৰতি কেজি পিয়াঁজৰ দাম চুইছেগৈ ৮০ ৰ ঘৰ। নেশ্যনেল এগ্ৰিকালচাৰেল কো অপাৰেটিভ মাৰ্কেটিভ ফেডাৰেশ্বন …

ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ দুৰ্ঘটনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ :সোমবাৰে ডিমৌত সংঘটিত হৈ যোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে পুনৰ এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ডিমৌৰ ৰাজমাইত । এখন দ্ৰুত গতিত আহি থকা ট্ৰাকৰ খুন্দাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাত পৰে টাটা টিগ’ৰ নামৰ বাহনখন …

চৰকাৰেও গুৰুত্ব দিয়া নাই এগৰাকী প্ৰতিভাৱান খেলুৱৈক : অকালতে হেৰাই যাব নেকি এটা প্ৰতিভা ?

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : প্ৰয়োজনীয় টকাৰ অভাৱৰ বাবে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছতো অৱহেলিত হৈ ৰৈছে এগৰাকী প্ৰতিভাৱান অসম কন্যা। চৰকাৰেও গুৰুত্ব দিয়া নাই এই গৰাকী অসম কন্যাৰ ওপৰত । এই প্ৰতিভাবান অসম কন্যা …

ভাৰতত কূটাঘাট সংঘটিত কৰাৰ ষড়যন্ত্ৰ জেইছ-ই-মহম্মদৰ : মূল লক্ষ্য প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰী

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : যিকোনো মুহূৰ্ততে কূটাঘাট সংঘটিত হ’ব পাৰে ভাৰতত। সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ গভীৰ ষড়যন্ত্ৰ ভাৰতত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ । এক বিশেষ সূত্ৰ অনুসৰি এই জেইছ-ই-মহম্মদৰ মূল লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহ …

“আপোনাৰ আপোন ঘৰ আৰু অভিনন্দন” আঁচনিৰ শুভাৰম্ভ

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ : নেফডি হাউচত স্বাস্থ্য, বিত্ত, গড়কাপ্তানী আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “আপোনাৰ আপোন ঘৰ আৰু অভিনন্দন” আঁচনিখনৰ মঙ্গলবাৰে শুভাৰম্ভ কৰে । আঁচনিখনৰ শুভাৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে কয় যে এই আঁচনিৰ …

দূৰ্গা পূজা উপলক্ষে মহানগৰীৰ শ্বপিং ম’ল বিশেষ ৰেহাই লগতে আকৰ্ষণীয় উপহাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী । দূৰ্গা পূজা উপলক্ষে সমগ্ৰ দোকান-পোহাৰ ভৰি পৰিছে বিভিন্ন সামগ্ৰীৰে। গ্ৰাহকৰো যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। মহানগৰীৰ কাপোৰ আৰু সৌন্দৰ্যৰ সামগ্ৰীৰে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ ভিৰ কৰিছে মহিলা-যুৱতীসকলে । …

চাহ বাগানৰ চিকিৎসালয়ত বিনামূলীয়া ঔষধৰ যোগান আঁচনিৰ ঘোষণা

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ : মংগলবাৰে শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত চাহ বাগানৰ চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধৰ যোগান আঁচনি ঘোষণা কৰা হয় । এই আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, …