গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগত হত্যাকাণ্ড
গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ছেপ্টেম্বৰ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড। ইছলিম আলি নামৰ এজনে হত্যা কৰিলে চন্দন ধৰ নামৰ এজন ব্যক্তিক । হত্যা কাণ্ড সংঘটিত কৰি পলাই যোৱা ইচলাম আলীক ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ । ইছলামৰ ঘৰ বিজনীৰ শুনাইকলাত আৰু …