গীত মাত কবিতা আৰু গ্ৰন্থ উন্মোচনৰে মুখৰিত হ’ল অসম সাহিত্য সভা ভৱন
গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জুলাই : সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী সভাগৃহত গীত মাত কবিতাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি দুখনকৈ গ্ৰন্থ উন্মোচন কৰাৰ লগতে …