এমুঠি অন্নৰ বাবে বানাক্ৰান্তই হাহাকাৰ কৰাৰ মাজতে দৰংত উদ্ধাৰ ৰিলিফৰ সামগ্ৰী
দৰং, সংবাদ ৩৬৫, ২২ জুলাই : বানৰ বাবে সম্প্ৰতি বানাক্ৰান্তসকলৰ মাজত এমুঠি অন্নক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । চৰকাৰ বা এন জি অ’সমূহে বানপীড়িত লোকসকলৰ মাজত যি সাহাৰ্য্য আগবঢ়াইছে সেইয়াই সকাহ দিছে যদিও যথেষ্ট নহয় । ইয়াৰ মাজতে দেওবাৰে …