অৱশেষত চূড়ান্ত ৰায় প্ৰদান কৰা হ’ল অভিশপ্ত ধেমাজি কাণ্ডৰ : দোষী সাব্যস্ত ৬ জন , দোষমুক্ত ৮ জন
নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ জুলাই : অপেক্ষাৰত ধেমাজি কাণ্ডৰ ৰায় প্ৰদান কৰিলে ধেমাজি ছেচন আদালতে। ৬ জনক দোষী সাব্যস্ত কৰে আদালতে । ৮ জনক দোষমুক্ত ঘোষণা কৰে ধেমাজি ছেচন আদালতে। আদালতে দোষী সাব্যস্ত কৰা সকল হৈছে দীপাঞ্জলি গোঁহাই, হেমেন …