তামুলপুৰত এবছুৰ সভাপতি প্ৰমোদ বড়োৰ হুংকাৰ: বড়ো সকলক সুকীয়া ৰাজ্যৰ দাবী
তামুলপুৰ, সংবাদ ৩৬৫, ৮ জানুৱাৰী: তামুলপুৰত সভাপতি প্ৰমোদ বড়োৰ হুংকাৰ।”বড়ো সকলক সুকীয়া ৰাজ্য লাগিবই” মংগলবাৰে কুমাৰীকাটাৰ গৌজন ফৌথাৰত এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলনত বড়োলেণ্ড ধ্বনিৰে ডিভাইড আছাম ফিফটি ফিফটি ধ্বনিৰে মুখৰিত হল গৌজন ফৌথাৰ …