পাঠশালাত চুইফতে মহতিয়ালে দুখন বাইক আৰু এখন স্কুটি আৰোহীক: নিহত এজন
পাঠশালা, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ: পাঠশালাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত কলেজ চকত দেওবাৰে সন্ধিয়া এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। এ এছ ০১ ডি বি ১৯২৬ নম্বৰৰ এখন তীব্ৰ বেগী চুইফট গাড়ীয়ে এ এছ ১৪ এফ ৭২৫৮ নম্বৰৰ টিভি এছ আপাচি, …