ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আৱদ্ধ যন্ত্ৰ চালিত নাও: এঘন্টীয়া উৎকণ্ঠাৰ পাছত কথমপি প্ৰাণ ৰক্ষা শতাধিকৰ: বহৰি পাৰঘাটত যাত্ৰীৰ জীৱনক লৈ হেতালি
তাৰাবাৰী, সংবাদ ৩৬৫, ৬ ছেপ্টেম্বৰ: এটাৰ পাছত এটা দুৰ্ঘটনাই যেন ছানি ধৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আৱদ্ধ যন্ত্ৰ চালিত নাও ।এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা নিশ্চিত ভাৱে প্ৰাণ ৰক্ষা পৰিল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সোণতলিৰ পৰা বহৰি পাৰঘাটলৈ যোৱা এখন নাও। উল্লেখ্য যে …