বটদ্ৰৱা বলাৎকাৰ কাণ্ডত জড়িত অভিযুক্ত জাকিৰ হুছেইনক দোষী সাব্যস্ত নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ: মুক্তি দিলে ৫ অভিযুক্তক

নগাঁও, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ: যোৱা ২৩ মাৰ্চত নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী চকীৰ অন্তৰ্গত ধনীয়াভেটিৰ লালুং গাঁৱত পঞ্চম শ্ৰেণীৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক ৫ টাকৈ নৰপিশাচে দলবব্ধভাৱে ধৰ্ষণ কৰি গাত কেৰাচিন ঢালি জুই লগাই হত্যা কৰি ৰাজ্য তোলপাৰ লগাই যোৱা এই …

মিৰ্জাত ই.পি. মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ সপ্তম প্ৰতিষ্ঠা দিৱস: বিশিষ্ট সাহিত্যিক মাইনী মহন্তৰ লগতে উপস্থিত থাকে কেইবাগৰাকী বিশিষ্ট অতিথি

মিৰ্জা, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ: মঙ্গলবাৰে দক্ষিণ কামৰূপত বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন চমুকৈ ই. পি. মিডিয়া ফৰামৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ই.পি. মিডিয়া ফ’ৰামৰ সভাপতি সাংবাদিক ৰতন কলিতাই পুৱাৰ …

চাউলৰ বৃহৎ কলা ব্যৱসায়:বৰপেটা আৰক্ষীয়ে জব্দ কৰে শিমলাগুৰিৰ পৰা চাউল ভৰ্তি ট্ৰাক

বৰপেটা, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ: মঙ্গলবাৰে বৰপেটা আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই শিমলাগুৰিৰ পৰা এছ ২৬চি ২৪২৯ নম্বৰৰ চাউল ভৰ্তি ট্ৰাকখন জব্দ কৰে। চাউলখিনি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাবে ধুবুৰীৰ পৰা গুৱাহাটী হৈ শ্বিলং অভিমুখে ৪১০ বেগ চাউল …

পাঠশালা ৰেলৱে ষ্টেচনত এটি ডেৰ মহীয়া শিশুক লৈ চাঞ্চল্য

পাঠশালা, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ: সোমবাৰে নিশা প্ৰায় ৮মান বজাত পাঠশালা ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত এটি ডেৰ মহীয়া শিশু উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰামতে এজন ব্যক্তিয়ে এটা এটা ডেৰ মহীয়া শিশুক লৈ সন্দেহজনক ভাৱে ঘূৰা ফুৰা কৰি থকাত ষ্টেচনত …

দক্ষিণ কামৰূপৰ উপৰহালীত পৰম্পৰাগত টেকেলী ভঙা উৎসৱ

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ: দেওবাৰে কৃষ্ণৰ মহাজন্মষ্টমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ উপৰহালীতো পৰম্পৰা অনুসৰি ভগৱান শ্ৰী কৃষ্ণৰ জন্মৰ উৎসৱ হিচাপে টেকেলী ভঙাৰ পৰম্পৰা উৎসৱ পালন কৰা হৈছে। এই উৎসৱ কৃষ্ণৰ জন্মৰ পিছৰ পৰাই পৰম্পৰাগত ভাবে …

বিশেষ বিমানেৰে বিশাখাপট্টনমৰ পৰা আহি নৌ সেনাৰ ডুবাৰুৰ দল অসমত উপস্থিত উদ্ধাৰ অভিযান চলাবলৈ শিৱসাগৰৰ শোকাৱহ দুৰ্ঘটনাত দিখৌত ডুব যোৱা দুৰ্ভগীয়া পৰিয়ালৰ ৫ জনকৈ সন্ধানহীন সদস্যৰ

শিৱসাগৰ, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ: শনিবাৰে শিৱসাগৰৰ গৌৰীসাগৰৰ দিচিয়ালত দিখৌ নৈৰ মাথাউৰী উঠাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই হৰেন বৰা আৰু তেওঁৰ দুৰ্ভগীয়া পৰিয়াল(মাতৃ, পত্নী আৰু দুই কন্যা) আৰু ছুইফট ডিজায়াৰ গাড়ীসহ দিখৌ নৈত ডুব যোৱা শোকাৱহ দুৰ্ঘটনাটোত সন্ধানহীন হৈ থকা গাড়ীসহ …

উমচুৱাইত অনুষ্ঠিত হবলগীয়া তিৱা সাহিত্য সভাৰ ১১ সংখ্যক সাধাৰণ অধিৱেশনৰ প্ৰস্তুতি

জাগীৰোড, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ: তিৱা মাথনলাই তখ্ৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ ১১ সংখ্যক সাধাৰণ অধিৱেশনৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে । ২০১৯ বৰ্ষৰ ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত উলুকুঞ্চিৰ উমচুৱাইত অনুষ্ঠিত হবলগীয়া তিৱা সাহিত্য সভাৰ ১১ সংখ্যক সাধাৰণ অধিৱেশনৰ বাবে …

তামাৰহাটত নাবালিকা ধৰ্ষণ:তিনি পাষণ্ডই অপকৰ্ম কৰি মুমূৰ্ষ অৱস্হাত পেলাই থৈ গ’ল ধৰ্ষিতাক

তামাৰহাট, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ: ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে হত্যা ধৰ্ষণ আদিৰ নিচিনা জঘন্য কাণ্ড। এইবাৰো এক জঘন্য কাণ্ড সংঘটিত হয় ধুবুৰী জিলাৰ তামাৰহাটৰ পাতানেৰকুটি গাঁৱত। এগৰাকী ষষ্ঠ শ্ৰেণীৰ ১৪ বছৰীয়া কিশোৰী কামনাৰ বলি হ’ল তিনি নৰপিশাচৰ। ঘটনাৰ বিবৰণী …

বৰঘোলাৰ হালধীবাৰীত পিষ্টল উদ্ধাৰ: ৰাস্তাৰ কাষৰ জংঘলৰ পৰা ৰাইজে উদ্ধাৰ কৰিলে পিষ্টল

বৰঘোলা, সংবাদ ৩৬৫, ২ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত ২নং হালধীবাৰীত দেওবাৰে পুৱা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাস্তাৰ কাষতে থকা জংঘল ছাফা কৰি থাকোতে ৰাইজে উদ্ধাৰ কৰে পিষ্টল। উল্লেখ্য যে যোৱা ২৭ আগষ্টৰ নিশা …

নিশা শিৱসাগৰৰ শোকাৱহ দুৰ্ঘটনাত দিখৌত ডুবিল একেটি পৰিয়ালৰ ৫ জনকৈ সদস্য

শিৱসাগৰ, সংবাদ ৩৬৫, ২ ছেপ্টেম্বৰ: শনিবাৰে শিৱসাগৰৰ গৌৰীসাগৰৰ দিচিয়ালত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। ছুইফট ডিজায়াৰ(এ এছ০১ কিউ-৯৭৮৮) গাড়ীসহ দিখৌ নৈত ডুবিল হৰেন বৰা (পেছাত গাড়ী ব্যৱসায়ী) আৰু তেওঁৰ পত্নী ফুনু বৰা (খাদী বৰ্ডৰ কৰ্মচাৰী), দুই কন্যা চিম্পি বৰা (ইউ …