অটল বিহাৰী বাজপেয়ীৰ শেষ নিশ্বাস ত্যাগ
গুৱাহাটী, সংবাদ ৩৬৫, ১৬ আগষ্ট: দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বৃহস্পতিবাৰে এইমচ হস্পিতালত সন্ধিয়া ৫:০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত বাজপেয়ীৰ বয়স আছিল ৯৩ বছৰ। যোৱা ১১ জুনৰ পৰাই এইমচত ভৰ্তি কৰোৱা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ যোৱা …