তিতাবৰৰ বান্দৰচলিয়াত ডাইনী সন্দেহত দুগৰাকী মহিলাক আক্ৰমণ
যোৰহাট, সংবাদ ৩৬৫, ১৩ মেঃ অন্ধবিশ্বাসে আমাৰ সমাজখনক কিদৰে গ্ৰাস কৰিছে ইয়াৰ প্ৰমাণ বিভিন্ন সময়ত দেখিবলৈ পোৱাৰ সময়তে এইবাৰ অন্ধবিশ্বাসৰ বাবে ডাইনী কাণ্ড সংঘটিত হয় তিতাবৰৰ বান্দৰচলিয়া। যোৰহাট জিলাৰ চাহ বাগিচা অধ্যুষিত অঞ্চলটোত দেওবাৰে পুৱতি নিশা তিনি জনকৈ লোকৰ ৰাহস্যজনক …