দুলীয়াজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত ছটা সংগঠনৰ আৰক্ষী চকী ঘেৰাও

দুলীয়াজান, সংবাদ ৩৬৫, ২১ মাৰ্চ: ডিব্ৰুগড় জিলাৰ দুলীয়াজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঈশ্বৰ সিঙক নিলম্বীতকৰণৰ দাবীত বুধবাৰে ছটাকৈ সংগঠনে দুলীয়াজান আৰক্ষী চকী ঘেৰাও কৰে। উল্লেখ্য যে যোৱা ১৬ মাৰ্চৰ দিনা অইল ইণ্ডিয়া লিমেটডৰ ট্ৰেভেল এজেঞ্চীৰ নিবিদাৰ বিৰুদ্ধে গোৰ্খা ছাত্ৰ সন্থাকে ধৰি …

ৰাজ্যজুৰি যোৰহাটৰ মহিলা বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয়ৰ মৰ্যাদা হেৰুওৱা প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ মাৰ্চ: অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয়ৰ মৰ্যাদা হেৰুওৱাটো নিশ্চিত হৈ পৰাৰ পিছত সমগ্ৰ ৰাজ্যতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে। যোৰহাটস্থিত মহিলা বিশ্ববিদ্যালয়খন বন্ধ কৰাৰ চৰকাৰ সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলা তিনিআলিত বৃহত্তৰ অসমীয়া …

সোণাৰিৰ বৰহাটত বৃদ্ধি পাইছে মদ, ভাং জুৱাৰ আড্ডা

বৰহাট, সংবাদ ৩৬৫, ২০ মাৰ্চ: চৰাইদেউ জিলাৰ ১০৬ নং সোণাৰি সমষ্টিৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত অবাধ গতিত বৃদ্ধি পাবলৈ ধৰিছে মদ, ভাং আৰু জুৱাৰ ৰমৰমীয়া বেহা। বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট, ভূঞাখাট, বৰহাট চাহ বাগিচা, বৰাছালি চাহ বাগিচা, টিটলাগড়, …

গোলাঘাটত তেল চুৰ আটক

গোলাঘাট, সংবাদ ৩৬৫, ২০ মাৰ্চ: গোলাঘাট জিলা আৰক্ষীয়ে তেল চোৰৰ বিৰুদ্ধে অভিযান চলাই থুৰামুখৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে তেল চোৰৰ এটা বৃহৎ দলক। গোলাঘাটৰ থুৰামুখ অঞ্চলত তেল চুৰি কৰি থকা অৱস্থাত আৰক্ষীয়ে তেল ভৰ্ত্তি টেংকাৰ সহ দুখন বাহন …

এজনী গাই গৰুৱে জন্ম দিলে তিনিটাকৈ পোৱালী 

গোৱালপাৰা, সংবাদ ৩৬৫, ২০ মাৰ্চ: গোৱালপাৰা জিলাত সংঘটিত হৈছে এক অবিশ্বস্য ঘটনা কিন্তু অবিশ্বস্য হলেও ঘটনাটো সত্য। যোৱা নিশা গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত টাকীমাৰী তিনিআলী গাঁৱৰ মতিয়ৰ ৰহমান নামৰ এজন লোকৰ  গাই গৰুৱে জন্ম দিয়ে তিনিটা পোৱালী। এজনী গাই …

কলগাছিয়া বালাৰপাথাৰত নিশা ডকাইতি

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২০ মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱত সোমবাৰে নিশা নিচাযুক্ত দ্ৰব্য খুৱাই নগদ টকাসহ আ অলংকাৰ লুট কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বালাৰপাথাৰ গাঁৱৰ চুৰুত আলী আৰু তেওঁৰ পুত্ৰ মিজানুৰ …

বাগিচাত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ: কুকুৰ খাবলৈ আহি নগা আটক

চৰাইদেউ, সংবাদ ৩৬৫, ১৯ মাৰ্চ: চৰাইদেউ জিলাৰ সোণাৰি‌ৰ জৱকা চাহ বাগিচাৰ বানফেৰাত বাগিচাখনৰ শ্ৰমিক চাৰিতকৈ নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ কৰে। বাগিচাখনত কৰ্মৰত অৱস্থাত শ্ৰমিক সকলে নাহৰফুটুকী বাঘৰ পোৱালি কেতিয়া প্ৰত্যক্ষ কৰে। পিছত শ্ৰমিক সকলে নাহৰফুটুকী বাঘৰ পোৱালি কেইটাক বাগিচাখনৰ কাষত …

কুকুৰাৰ বাবে পাঁচজনকৈ লোক চিকিৎসালয়ত

নগাঁও, সংবাদ ৩৬৫, ১৯ মাৰ্চ: এটা কুকুৰা চৰাইক লৈ ৰংক্ষেত্ৰত পৰিণত হল নগাঁও জিলাৰ ৰূপহীহাট। কুকুৰা চৰাইক কেন্দ্ৰ কৰি ৰূপহীহাটৰ আমৰাকন্ধাত দুই ফৈদৰ মাজত সোমবাৰে সৃষ্টি হয় সংঘাতৰ, এই সংঘাত পিছত মাৰপিটত পৰিণত হোৱাত মহিলাসহ ৭ জনকৈ লোক আহত হয়। …

জাগীৰোডৰ শিশু হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ অসম আৰক্ষী: প্ৰতিবাদত নামিল ৰাইজ

জাগীৰোড, সংবাদ ৩৬৫, ১৯ মাৰ্চ: জাগীৰোডত সোমবাৰে জাগীৰোড নাগৰিক সমাজৰ উদ্ধোগত কৃতিকা কুমাৰী হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। হত্যাকাণ্ডৰ ডেৰ মাহ কাল উকলি যোৱাৰ পিছতো মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী …

দক্ষিণগাঁৱত একে নিশাই তিনিখন দোকানত চোৰে চলালে চুৰি অভিযান

দক্ষিণগাঁৱৰ পৰা ছৰিফুদ্দিন আহমেদৰ সৈতে জাহিদুল ইছলাম, সংবাদ ৩৬৫, ১৯ মাৰ্চ: মহানগৰীৰ কাহিলিপৰাৰ দক্ষিণগাঁৱত দেওবাৰে নিশা তিনিখনকৈ দোকানত সংঘটিত হয় এক চুৰিকাণ্ড। দক্ষিণগাঁৱৰ কাজী জুৱেলাৰীৰ লগতে দুখনকৈ গেলামৰলৰ দোকানৰ পৰা চোৰে নিশা লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে নগদ ধন। নিশা চোৰে …