নগাঁৱৰ কচুৱাত বনৰীয়া ম’হৰ আক্ৰমণত আহত দুজন
নগাঁও, সংবাদ ৩৬৫, ৩ মাৰ্চ: নগাঁও জিলাৰ কচুৱাৰ ৰমনীপথাৰত শনিবাৰে পুৱা তিনিটাকৈ বনৰীয়া ম’হে সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে বনৰীয়া ম’হৰ আক্ৰমনত আমিৰ উদ্দিন আৰু হাচেন আলি নামৰ দুজন লোক আহত হয়৷ বনৰীয়া ম’হৰ আক্ৰমনত পেটৰ ভূৰ ওলাই গুৰুত্বৰ ভাৱে আহত …