নাগৰিকত্ব অইন সংশোধনী বিধায়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ
নিউজ ডেস্ক, ২০ ডিচেম্বৰঃ ৰাজ্যৰ ভিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব অইন সংশোধনী বিধায়ক বাতিলৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতীক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ …