মৰিয়নিত অসম প্ৰদেশ কংগ্ৰেছৰ বিশাল পদযাত্ৰা, নগাৰ বেদখল দেখি স্তম্ভিত
মৰিয়নি, ১৩ নৱেম্বৰ: মৰিয়নিত আজি নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ নেতৃত্বত এক বিশাল পদযাত্ৰা হয়। ৰিপুন বৰা, গৌৰৱ গগৈ, ৰূপজ্যোতি কুর্মী সহিতে কেইবাজনো কংগ্ৰেছী নেতা পালিনেতাই অসম নাগালেণ্ড সীমান্তৰ অঞ্চলসমূহ পৰিভ্ৰমণ কৰে৷ জানিব পৰা মতে, পৰিভ্ৰমনৰ কালছোৱাত …