গুৱাহাটীত ফুটবল একাডেমী স্থাপনৰ ইচ্ছা প্রকাশ কৰিলে জন আব্রাহামে, ক্রীড়াৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াব: মুখ্যমন্ত্রী
গুৱাহাটী, ১৪ নৱেম্বৰ: ৰাজ্যখনৰ ফুটবল প্রতিভাসমূহ বিকশাই তোলাৰ বাবে এখন ফুটবল একাডেমী স্থাপন কৰাৰ বাবে ইচ্ছা প্রকাশ কৰিছে বিশিষ্ট অভিনেতা তথা আই এছ এলৰ নৰ্থ-ইষ্ট এফ চিৰ স্বত্ত্বাধিকাৰী জন আব্রাহামে। আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই …