শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন, বৈকুন্ঠপুৰীত পৰিণত দেৰগাঁও
দেৰগাঁও, নৱেম্বৰ ১২: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় দাধৰা আহোম পথাৰত। ফেব্ৰুৱাৰী মাহৰ ৭,৮,৯ আৰু ১০ তাৰিখে দেৰগাঁৱত অনুষ্ঠিত হ’ব ৮৭ সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন। পণ্ডিত ৰায় চাহাব গোপীকাবল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰে পদাধিকাৰ …