ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন
গুৱাহাটী, ১৪ অক্টোবৰঃ সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান নৱযুগ সংঘই আগন্তুক কালীপূজাৰ লগত সংগতি ৰাখি ২০ অক্টোবৰত অসম ভিত্তিক প্ৰাইজমাণি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ নৱযুগ সংঘৰ সভাপতি সুশান্ত ৰয়ে জানিবলৈ দিয়া মতে, ২০ অক্টোবৰত কালী পূজাৰ নিশা ৬বজাৰ পৰা …